Advertisement

হঠাৎ তেজপুৰৰ ৰূপম পেট্ৰল পাম্পৰ সন্মুখত অগ্নিকাণ্ড।

হঠাৎ তেজপুৰৰ ৰূপম পেট্ৰল পাম্পৰ সন্মুখত অগ্নিকাণ্ড।

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ
হঠাৎ তেজপুৰৰ ৰূপম পেট্ৰল পাম্পৰ সন্মুখত অগ্নিকাণ্ড।
তেজপুৰৰ ৰূপম পেট্ৰল পাম্পৰ সন্মুখত ৰখাই থোৱা পুৰণি ট্ৰেভেলাৰ বাহনত অগ্নিকাণ্ড।
ট্ৰেভেলাৰ বাহনখনৰ নম্বৰ AS12 E 6992
দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা বাহনখনত কেনেকৈ অগ্নিকাণ্ড সংঘটিত হয় সেয়াএতিয়াও ৰহস্যৰ আৱৰ্তত।
খবৰ পোৱা মাত্ৰে অগ্নিনিৰ্বাপক বাহিনীয়ে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰে ।
ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ