হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰক আটক কৰিলে আৰক্ষীয়ে।

হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰক আটক কৰিলে আৰক্ষীয়ে।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আছু সহ ৩০ জনগোষ্ঠীয় সংগঠনৰ অসম বন্ধৰ প্ৰভাব সৰ্বাত্মক ৰূপত পৰিছে সমগ্ৰ ৰাজ্যতে ।নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত আজি ৰাজপথত প্ৰতিবাদ কৰিলে এ আই ইউ ডি এফৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰে। লগে লগে প্ৰতিবাদস্থলীৰ পৰাই আৰক্ষীয়ে আটক কৰে বিধায়কগৰাকীক ।বৰ্তমান হাইলাকান্দি আৰক্ষী থানাত আবদ্ধ কৰি ৰাখিছে বিধায়কগৰাকীৰ সৈতে সমৰ্থকসকলকো।

নিউজ ডেক্স ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.