৩৫ বছৰৰ পাছত নগাঁও বঢ়মপুৰ সমস্থিৰ পৰা হাতী খেদিবলৈ সংকল্প লৈছে ৰাইজে: জিতু গোস্বামী।

৩৫ বছৰৰ পাছত নগাঁও বঢ়মপুৰ সমস্থিৰ পৰা হাতী খেদিবলৈ সংকল্প লৈছে ৰাইজে: জিতু গোস্বামী।

বিজেপি,কংগ্ৰেছ আৰু অগপ তিনিওটা ৰাজনৈতিক দলৰ বাবেই এইবাৰৰ পঞ্চায়তত নিবাচন হৈছে সন্মান ৰখাৰ শেষ যুজঁ। মূখ্যমন্ত্ৰীৰ পৰা নেতা পালি নেতা সকলো ব্যস্ত নিবাচনী প্ৰচাৰত।ইয়াৰ সন্মান্তৰালকৈ প্ৰাক্তন মূখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমস্থি বঢ়মপুৰত বিজেপি দলৰ হৈ অসম পাঠ্যপুথি নিগমৰ উপাধক্ষ্য জিতু গোস্বামীয়ে প্ৰচাৰ চলায় কয় যে হাতীক এইবাৰ পাহাৰলৈ খেদি পঠাবলৈ সংকল্প লৈছে বঢ়মপুৰ ভোটাৰ ৰাইজে ।

Adil Shah report, Nagaon.

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.