17 C
Assam
Sunday, November 27, 2022

Featured News

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

15-year-old government vehicles will be scrapped: Nitin Gadkari

Union minister Nitin Gadkari today (November 25)...

কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

পনীৰ ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত অন্যতম। পনীৰ...

অসমৰ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ ১১ শতাংশ প্ৰাৰ্থীয়েই দাগী অপৰাধী

Assamese Newsঅসমৰ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ ১১ শতাংশ প্ৰাৰ্থীয়েই দাগী অপৰাধী

অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ৩৪৫ জন প্ৰাৰ্থীৰ ভিতৰত ৩৭ জনৰেই আছে অপৰাধৰ ৰেকৰ্ড। ইয়াৰ অৰ্থ হৈছে দ্বিতীয় পৰ্য্যায়ৰ ১১ শতাংশ প্ৰাৰ্থী অপৰাধী ।

ইয়াৰে ১১ জন ভাৰতীয় জনতা পাৰ্টিৰ, কংগ্ৰেছ আৰু অ’ল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ পাঁচজন, অসম জাতীয় পৰিষদৰ তিনিজন, অসম গণ পৰিষদৰ দুজন আৰু অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক, ছ’চিলিষ্ট ইউনিটি চেণ্টাৰ অফ ইণ্ডিয়া (কমিউনিষ্ট), আৰু ইউনাইটেড পিপ’লছ পাৰ্টি লিবাৰেলৰ পৰা এজনক নিৰ্বাচন আয়োগে অপৰাধী বুলি চিনাক্ত কৰিছে ।

অপৰাধী গোচৰ থকা ৩৭ জন প্ৰাৰ্থীৰ ভিতৰত ৩০ জনেই গুৰুতৰ অপৰাধী ।

তিনিজন প্ৰাৰ্থীৰ মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ আছে আৰু এজন প্ৰাৰ্থী ধৰ্ষণৰ সৈতে জড়িত ।

SOURCE

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: