অসমৰ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ ১১ শতাংশ প্ৰাৰ্থীয়েই দাগী অপৰাধী

1 min read

অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ৩৪৫ জন প্ৰাৰ্থীৰ ভিতৰত ৩৭ জনৰেই আছে অপৰাধৰ ৰেকৰ্ড। ইয়াৰ অৰ্থ হৈছে দ্বিতীয় পৰ্য্যায়ৰ ১১ শতাংশ প্ৰাৰ্থী অপৰাধী ।

ইয়াৰে ১১ জন ভাৰতীয় জনতা পাৰ্টিৰ, কংগ্ৰেছ আৰু অ’ল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ পাঁচজন, অসম জাতীয় পৰিষদৰ তিনিজন, অসম গণ পৰিষদৰ দুজন আৰু অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক, ছ’চিলিষ্ট ইউনিটি চেণ্টাৰ অফ ইণ্ডিয়া (কমিউনিষ্ট), আৰু ইউনাইটেড পিপ’লছ পাৰ্টি লিবাৰেলৰ পৰা এজনক নিৰ্বাচন আয়োগে অপৰাধী বুলি চিনাক্ত কৰিছে ।

অপৰাধী গোচৰ থকা ৩৭ জন প্ৰাৰ্থীৰ ভিতৰত ৩০ জনেই গুৰুতৰ অপৰাধী ।

তিনিজন প্ৰাৰ্থীৰ মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ আছে আৰু এজন প্ৰাৰ্থী ধৰ্ষণৰ সৈতে জড়িত ।

SOURCE

You May Also Like

More From Author