25 C
Assam
Thursday, September 29, 2022

Featured News

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু,উত্তপ্ত পৰিস্থিতি

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি।...

Appointment letters distributed in BTR

A total of 146 persons were appointed...

Young Indians Guwahati Chapter observes Climate Action Week

 Young Indians, the youth wing of the...

অসম ৰাইফলছত ১,২৩০ পদৰ বিজ্ঞাপন

Jobs - Assam Job Infoঅসম ৰাইফলছত ১,২৩০ পদৰ বিজ্ঞাপন

অসম ৰাইফলছত মুকলি হৈছে নিযুক্তিৰ লাভৰ সুযোগ৷Office of the Director General Assam Rifles, Shillongৰ তৰফৰ পৰা প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, অচিৰেই অসম ৰাইফলছৰTechnical আৰুTradesmanৰ ১,২৩০ পদত প্রার্থী নিয়োগ কৰা হ’ব৷

উক্ত পদসমূহGroup B আৰু Group C পর্যায়ৰ৷ প্রার্থী নিযুক্তিRecruitment Rally 2021-22ৰ মাধ্যমেৰে কৰা হ’ব৷ প্রার্থী বাছনিPhysical Efficiency Test, Physical Standard Test, Written Examination, Trade (Skill) Test, Detailed Medical Examination পৰীক্ষাৰ মাধ্যমেৰে কৰা হ’ব৷ উক্ত খালী পদসমূহ উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যত পূৰণ কৰা হ’ব৷ পুৰুষ/মহিলা উভয় শ্রেণীৰ প্রার্থীয়ে আবেদন কৰিব পাৰিব৷ আবেদনকাৰীৰ Domicile Certificate/Permanent Resident Certificate থকাটো বাঞ্ছনীয়৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ অসম ৰাইফলছৰ ৱেবছাইট www.assamrifles.gov.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ প্রক্রিয়া ১১ ছেপ্ঢেম্বৰৰ পৰা ২৫ অক্টোবৰ, ২০২১লৈ অব্যাহত থাকিব৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: