Election Campaign/ Election Advertisement in Crematorium.

1 min read

ৰূপহীহাটত শ্মশানে শ্মশানে চলিছে নিৰ্বাচনী প্ৰচাৰ।

“ফাটমেলা বসুমতী পাতালে লুকাওঁ ” কবলৈ হে বাকী আছে ৰূপহীহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ ৷ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পচাৰ অভিযানো তুংগত উঠিছে পঞ্চায়ত সমুহত ৷ চৌদিশে বেনাৰ পোষ্টাৰেৰে ভৰি পৰিছে অঞ্চল সমুহ ৷ সকলো ঠিকেই আছে চলি আছে , মাত্ৰ কেনা লাগিল জুৰীয়াৰ তেলিয়া বেবেজীয়া গাওঁ পঞ্চায়তৰ কংগ্ৰেছ প্ৰাৰ্থীৰ ৷ অৱশেষত শ্মশানেই হল তেওঁলোকৰ শেষ ভৰষা , বেনাৰ পোষ্টাৰেৰে ভৰাই পেলালে শ্মশান ৷ ৰূপহীহাটৰ বিভিন্ন ঠাইত কংগ্ৰেছ মুন্দাবাদ ধ্বনি শুনি তেলিয়া বেবেজীয়া গাওঁ পঞ্চায়তৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে শ্মশানেই শেষ আশ্ৰয় স্থল বাচি লৈছে বুলি বিৰোধীয়ে প্ৰকাশ কৰিছে ৷ সকীয়নি দিলে পৰিয়ালৰ লোকে ৷ পাছত কি হয় সময়েহে কব ৷

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author