Election Campaign/ Election Advertisement in Crematorium.

Election Campaign/ Election Advertisement in Crematorium.

ৰূপহীহাটত শ্মশানে শ্মশানে চলিছে নিৰ্বাচনী প্ৰচাৰ।

“ফাটমেলা বসুমতী পাতালে লুকাওঁ ” কবলৈ হে বাকী আছে ৰূপহীহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ ৷ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পচাৰ অভিযানো তুংগত উঠিছে পঞ্চায়ত সমুহত ৷ চৌদিশে বেনাৰ পোষ্টাৰেৰে ভৰি পৰিছে অঞ্চল সমুহ ৷ সকলো ঠিকেই আছে চলি আছে , মাত্ৰ কেনা লাগিল জুৰীয়াৰ তেলিয়া বেবেজীয়া গাওঁ পঞ্চায়তৰ কংগ্ৰেছ প্ৰাৰ্থীৰ ৷ অৱশেষত শ্মশানেই হল তেওঁলোকৰ শেষ ভৰষা , বেনাৰ পোষ্টাৰেৰে ভৰাই পেলালে শ্মশান ৷ ৰূপহীহাটৰ বিভিন্ন ঠাইত কংগ্ৰেছ মুন্দাবাদ ধ্বনি শুনি তেলিয়া বেবেজীয়া গাওঁ পঞ্চায়তৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে শ্মশানেই শেষ আশ্ৰয় স্থল বাচি লৈছে বুলি বিৰোধীয়ে প্ৰকাশ কৰিছে ৷ সকীয়নি দিলে পৰিয়ালৰ লোকে ৷ পাছত কি হয় সময়েহে কব ৷

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.