মঙলদৈত দুজন যুৱকৰ দেহত পোৱা গৈছে কৰ’না।

মঙলদৈত দুজন যুৱকৰ দেহত পোৱা গৈছে কৰ’না।

গুৱাহাটী: মঙলদৈত হোম কোৱাৰেণ্টীন শেষ কৰা দুজন যুৱকৰ দেহত পোৱা গৈছে কৰ’না।

চেন্নাইৰ পৰা ৰে’লৰে আহি ১২জুনলৈ কোৱাৰেণ্টীনত আছিল যুৱক দুজন।

১৩ জুনত দুয়ো ওলাই গৈছিল বজাৰ কৰিবলৈ।

মঙলদৈৰ এটা ATMৰ পৰা উলিয়াইছিল ধন।

১৪জুনত শহুৰৰ ঘৰত ধৰ্মীয় অনুষ্ঠানত ভাগ লৈছিল এজন যুৱকে।

সেই দিনাই দুয়োজনৰে SWAB পৰীক্ষাৰ ফলাফল অহাত লাগিল হাহাকাৰ।

যুৱক দুজন থকা গোমথাপাৰা গাঁৱক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।

GTM Desk