https://m.facebook.com/story.php?story_fbid=2238851596155604&id=485277578179690
Month: July 2018
মহাৰাষ্ট্ৰৰ খাৰেগাওঁৰ ৰাজপথত দাও দাওকৈ জ্বলি উঠিল এখন চিমেন্ট মিক্সাৰ ট্ৰাক। ঘটনাস্থলীত ততাতৈয়াকৈ দুখনকৈ অগ্নি-নিৰ্বাপকবাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰে। কোনোলোক হতাহতৰ তথ্য পোহৰলৈ অহা নাই।
বিগ ব্ৰেকিং নিউজ ৰাজনৈতিক মতাদৰ্শৰ বাবে অাজি সংসদত এক নতুন ৰূপত দেখা গল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক্। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশেষভাৱে সম্ভাষণ কংগ্ৰেছ যুবৰাজৰ
Uncategorised
পশ্চিম বাংলাৰ এখন সভাত ভাষণ দি থাকোঁতে হঠাৎ ৰাইজৰ ফালে থকা পেন্দেল বাগৰি পৰিল। তাৰ পিছত দেশৰ প্ৰধান সেৱক প্ৰধানমন্ত্ৰীয়ে নিজৰ সুৰক্ষাৰ বাবে থকা এচ. পি. জি অাৰু ডাক্তৰক তেওঁলোকৰ সহায়ৰ বাবে যাবলৈ নিৰ্দেশ দিয়ে। পিছত তেখেতে নিজে চিকিৎসালয়লৈ গৈ আহত সকল ৰ খবৰ লয়। খবৰ লৈ থাকোঁতে এগৰাকী মহিলাই