27th December 2018 — Guwahatitimes.com

Day: December 27, 2018

16th Death Anniversarry of Pratima Baruah Pandey.

27th December 2018

গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ১৬সংখ্যক মৃত্যুতিথি উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত মহানগৰীৰ চানমাৰিস্থিত প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তি স্থলীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন। আজি সদৌ অসম ছাত্ৰ সন্থাই বিহালীৰ লোক সংস্কৃতিৰ সাধক বিনোদ খনাললৈ আনুষ্ঠানিক ভাৱে প্ৰতিমা পাণ্ডে বৰুৱা বটাঁ প্ৰদান কৰে। গুৱাহাটীৰ পৰা হীৰক জ্যোতি শৰ্মাৰ সৈতে দিপাঞ্জলী শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ […]

Read More

আজিও নগাঁও আদালতত হাজিৰ নহ’ল অনিল ৰাজা । পলায়নবাদী আখ্যা ৰকিবুল হুছেইনৰ ।

27th December 2018

বৃহস্পতিবাৰেও নগাঁও আদালতত হাজিৰ হ’বলৈ সাহস গোটাব নোৱাৰিলে অনিল ৰাজাই । পূৰ্বৰ দৰে জামিনদাৰ যোগাৰ কৰিব নোৱাৰাৰ অজুহাত দেখুৱাই লুকা-ভাকু খেলি আদালতৰ সময় নষ্ট কৰিলে অনিল ৰাজাই । এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনৰ । অনিল ৰাজাৰ বিৰুদ্ধে ৰকিবুল হুছেইনে তৰা CR – 444 /18 নম্বৰৰ মানহানি গোচৰটিৰ ভিত্তিত যোৱা […]

Read More

Rockybul speaks on Badaruddin Ajmal’s yesterdays behaviour

27th December 2018

বদৰুদ্দিন আজমলক নীলা শিয়াল আখ্যা ৰকিবুল হুছেইনৰ । সাংবাদিকক অভব্য আচৰণৰ ঘটনাক তীব্ৰ নিন্দা প্ৰাক্তন মন্ত্ৰী গৰাকীৰ । বদৰুদ্দিন আজমলে সাংবাদিকৰ ওপৰত কৰা অভব্য আচৰণক তীব্ৰ নিন্দা কৰাৰ লগতে গৰিহণা প্ৰদান কৰিছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । বৃহস্পতিবাৰে নগাঁৱত সংবাদ মাধ্যমৰ আগত বদৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰকিবুল হুছেইন । বদৰুদ্দিন আজমলক নীলা শিয়াল আখ্যা […]

Read More

Press Conference on ‘Made for Medicine’ Tour in India with Sir Vivian Richards by Manipal’s American

27th December 2018

Press Conference on ‘Made for Medicine’ Tour in India with Sir Vivian Richards by Manipal’s American University of Antigua College of Medicine. Dipanjali Sarma report , Guwahati Times Media.

Read More

ছয়মাইলৰ উৰণীয়া সেতুত ফাট।

27th December 2018

শৰাইঘাটত দলংত নহয়, এইবাৰ মহানগৰীৰ ছয়মাইলৰ উৰণীয়া সেতুতে মেলিলে ফাট। উৰণীয়া সেতুখনৰ জি এছ ৰোড-পাঞ্জাবাৰী সংযোগী অংশত প্ৰত্যক্ষ হ’ল ফাট। ততাতৈয়াকৈ কাম আৰম্ভ কৰিছে গড়কাপ্তানী বিভাগে। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Read More

Centre extends deadline for updating National Register of Citizens

27th December 2018

Centre extends deadline for updating National Register of Citizens NRC in Assam till June 30, notification issued by Registrar General of India (RGI) states. Staff report, Guwahati Times.

Read More

West Bengal wants Assam tigers

27th December 2018

West Bengal wants Assam tigers for Its dying Buxa Tiger Reserve. A report in 2015 declared that there were no tigers left at Buxa. WB has chalked out a plan is to relocate a tiger and two tigresses either from Kaziranga National Parks or Orang National Park to Buxa before 2020. Staff report, Guwahati Times.

Read More

নগাঁৱত বদৰুদ্দিন আজমলৰ জুমুঠি দাহ ।

27th December 2018

নগাঁৱত বদৰুদ্দিন আজমলৰ জুমুঠি দাহ । AJYCP য়ে দাহ কৰে জুমুঠি । ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়নী । আজমলক অপদাৰ্থ আখ্যা । Adil Shah report, Nagaon.

Read More

FIR againsts Badaruddin Ajmal.

27th December 2018

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল। হাতীগাঁও থানাত দুটাকৈ সংগঠনে তৰিলে গোচৰ। কৃষক শ্ৰমিক উন্নয়ন পৰিষদ আৰু উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই দাখিল কৰিলে এজাহাৰ। বদৰুদ্দিন আজমলক ৰাজহুৱাকৈ সাংবাদিক সমাজক ক্ষমা খুজিবলৈ দাবী সংগঠনদুটাৰ। সংগঠনদুটাৰ এজাহাৰৰ ভিত্তিত ৯১৬/১৮ নম্বৰত হাতীগাঁও থানাত ৰুজু হৈছে এটা গোচৰ।

Read More

Akhil Gogoi speaks about Badaruddin Ajmal.

27th December 2018

“আজমল এজন মৌলবাদী, সাম্প্ৰদায়িক নেতা জৰাফুঁকাৰ ৰাজনীতি কৰা নেতা”——এই বুলি মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে।গগৈয়ে লগতে কয় যে ——বদৰুদ্দিন আজমলে সাংবাদিকৰ ওপৰত যি আক্ৰমণ কৰিছে তাৰ বাবে তেওঁক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। ৰাজহুৱা ক্ষমা নোখোজা পৰ্যন্ত তেওঁৰ দলৰ সকলো অনুষ্ঠান সংবাদ মাধ্যমে বৰ্জন কৰিব লাগে আৰু বদৰুদ্দিন আজমলক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। ষ্টাফ […]

Read More
error: Content is protected !!