Centre extends deadline for updating National Register of Citizens NRC in Assam till June 30, notification issued by Registrar General of India (RGI) states. Staff report, Guwahati Times.
Day: 27 December 2018
West Bengal wants Assam tigers for Its dying Buxa Tiger Reserve. A report in 2015 declared that there were no tigers left at Buxa. WB has chalked out a plan
নগাঁৱত বদৰুদ্দিন আজমলৰ জুমুঠি দাহ । AJYCP য়ে দাহ কৰে জুমুঠি । ভৱিষ্যতে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়নী । আজমলক অপদাৰ্থ আখ্যা । Adil Shah report, Nagaon.
বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল। হাতীগাঁও থানাত দুটাকৈ সংগঠনে তৰিলে গোচৰ। কৃষক শ্ৰমিক উন্নয়ন পৰিষদ আৰু উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই দাখিল কৰিলে এজাহাৰ। বদৰুদ্দিন আজমলক ৰাজহুৱাকৈ সাংবাদিক সমাজক ক্ষমা
“আজমল এজন মৌলবাদী, সাম্প্ৰদায়িক নেতা জৰাফুঁকাৰ ৰাজনীতি কৰা নেতা”——এই বুলি মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে।গগৈয়ে লগতে কয় যে ——বদৰুদ্দিন আজমলে সাংবাদিকৰ ওপৰত যি আক্ৰমণ কৰিছে তাৰ বাবে তেওঁক আমি