Day: 27 December 2018

West Bengal wants Assam tigers

West Bengal wants Assam tigers

West Bengal wants Assam tigers for Its dying Buxa Tiger Reserve. A report in 2015 declared that there were no tigers left at Buxa. WB has chalked out a plan is to relocate a tiger and two tigresses either from Kaziranga National Parks or Orang National Park to Buxa before

FIR againsts Badaruddin Ajmal.

FIR againsts Badaruddin Ajmal.

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল। হাতীগাঁও থানাত দুটাকৈ সংগঠনে তৰিলে গোচৰ। কৃষক শ্ৰমিক উন্নয়ন পৰিষদ আৰু উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই দাখিল কৰিলে এজাহাৰ। বদৰুদ্দিন আজমলক ৰাজহুৱাকৈ সাংবাদিক সমাজক ক্ষমা খুজিবলৈ দাবী সংগঠনদুটাৰ। সংগঠনদুটাৰ এজাহাৰৰ ভিত্তিত ৯১৬/১৮ নম্বৰত হাতীগাঁও থানাত ৰুজু হৈছে এটা গোচৰ।

Akhil Gogoi speaks about Badaruddin Ajmal.

Akhil Gogoi speaks about Badaruddin Ajmal.

“আজমল এজন মৌলবাদী, সাম্প্ৰদায়িক নেতা জৰাফুঁকাৰ ৰাজনীতি কৰা নেতা”——এই বুলি মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে।গগৈয়ে লগতে কয় যে ——বদৰুদ্দিন আজমলে সাংবাদিকৰ ওপৰত যি আক্ৰমণ কৰিছে তাৰ বাবে তেওঁক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। ৰাজহুৱা ক্ষমা নোখোজা পৰ্যন্ত তেওঁৰ দলৰ সকলো অনুষ্ঠান সংবাদ মাধ্যমে বৰ্জন কৰিব লাগে আৰু বদৰুদ্দিন আজমলক