Year: 2018

ISL fever starts from 29th September

ISL fever starts from 29th September

One of the top football leagues in the country, Indian Super League is all set to thump the hearts of it’s lovers for the 5th time. According to sources,The inaugural function of the 5th ISL will be held inside the Salt Lake stadium, Kolkata on 29th September. The teams Atletico

পুনৰ বিস্ফোৰণৰ হুংকাৰ বিজেপি বিধায়ক অতুল বৰাৰ

পুনৰ বিস্ফোৰণৰ হুংকাৰ বিজেপি বিধায়ক অতুল বৰাৰ

বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ -পুনৰ বিস্ফোৰণৰ হুংকাৰ বিজেপি বিধায়ক অতুল বৰাৰ -৫ অক্টোবৰৰ ভিতৰত মই বিস্ফোৰণ ঘটাম : অতুল -বিস্ফোৰণ সন্দৰ্ভত এখন ফটো লৈ ইংগিত দিয়ে বিধায়কজনে -RSSৰ বিৰুদ্ধে বিস্ফোৰণৰ ইংগিত অতুল বৰাৰ

আজি কৃপনাথ মালাহক বিধানসভাৰ নতুন উপাধ্যক্ষৰ পদত নিযুক্তি দিয়া হয়

আজি কৃপনাথ মালাহক বিধানসভাৰ নতুন উপাধ্যক্ষৰ পদত নিযুক্তি দিয়া হয়

  বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ আজি কৃপনাথ মালাহক বিধানসভাৰ নতুন উপাধ্যক্ষৰ পদত নিযুক্তি দিয়া হয়। বৰ্তমানৰ উপাধ্যক্ষ হৈছে ৰাজ্যৰ ১ নং নম্বৰ বিধানসভা সমষ্টি ৰাতাবাৰীৰ বিধায়ক কৃপনাথ মালাহ। অহা বুধবাৰৰ পৰাহে অৰ্থাৎ কালিৰ পৰাহে তেওঁ দায়িত্ব গ্ৰহন কৰিব। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ

হিমাচল প্ৰদেশত নদীৰ খৰস্ৰোতা পানীয়ে উটুৱাই লৈ গ’ল এখন প্ৰকাণ্ড বাছ ।

হিমাচল প্ৰদেশত নদীৰ খৰস্ৰোতা পানীয়ে উটুৱাই লৈ গ’ল এখন প্ৰকাণ্ড বাছ ।

বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ হিমাচল প্ৰদেশত প্ৰথমে প্ৰবল বৃষ্টিপাত আৰু তুষাৰ ধুমুহা। আৰু তাৰ পাছত বুকু কঁপি যোৱা বানৰ তাণ্ডৱ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিমাচল প্ৰদেশত। চকুৰ সন্মুখতে নদীৰ বুকুত উটি গ’ল এখন বাছ। হিমাচল প্ৰদেশত নদীৰ খৰস্ৰোতা পানীয়ে উটুৱাই লৈ গ’ল এখন প্ৰকাণ্ড বাছ । মুষলধাৰ বৰষুণৰ বাবে বিভিন্ন