বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ বিধানসভাৰ সদনত গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক মামুন ইমদাদুল হক চৌধুৰীৰ প্ৰশ্নত উত্তৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে – – – – – – “পথ কোনো সমষ্টিৰ নাথাকে পথ সকলোৰে, সকলোৱে সকলোতে খোজকাঢ়ে।” ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ
Year: 2018
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ সীমাহীন উত্কণ্ঠা গুৱাহাটী বিশ্ববিদ্যালয়ত। আজি ঘোষণা কৰা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল। পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ভোটগণনা। আজি কৃষ্ণচূড়াৰ দেশ গুৱাহাটী বিশ্ববিদ্যালয়ত নিৰ্বাচিত হ’ব নতুন প্ৰতিনিধি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সঞ্চয় হাজৰিকাৰ ৰিপৰ্ট, গুৱাহাটী
4.7 magnitude earthquake hit Assam’s Barpeta district this morning. Two tremors were felt in Guwahati, and parts of Assam, Meghalaya, Arunanchal Pradesh, Nagaland and Manipur. The first tremor was felt at around 9.15 am, and the second, at 9.20 am. No damage or casualties have been reported so far. #guwahatitimes #assam #india #earthquake
বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ দেশৰ ভিতৰতে তৃতীয় উচ্চতম ত্ৰিৰংগাখন সোমবাৰে পৰীক্ষামূলকভাৱে উত্তোলন কৰা হ’ল গান্ধী মণ্ডপত। শৰণীয়া পাহাৰৰ ওপৰত উত্তোলন হবলগীয়া দেশৰ ভিতৰতে তৃতীয় উচ্চতম পতাকা হিচাপে চিহ্নিত হ’বলগীয়া পতাকাখনৰ উচ্চতা ৩০০ ফুট। গুৱাহাটী স্মাৰ্টচিটীৰ এক প্ৰকল্পৰ অধীনত টাটা কনছাল্টিং ইঞ্জিনিয়াৰছ লিমিটেডে প্ৰস্তুত কৰিছে পতাকাখন। উলুবাৰীৰ পৰা হীৰক
আজিও অপৰিবৰ্তিত ৰূপত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি। আজি প্ৰতিলিটাৰ পেট্ৰলত ১৪ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ৫ পইচাকৈ বৃদ্ধি পাইছে। গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৮৫.৩০ টকা আৰু ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৭.৫০ টকা।