BJP national president Amit Shah on Thursday said his party would “kick out all the infiltrators from the country” if it returns to power at the Centre following the general elections due next year. Shah was addressing a meeting in Karauli, ahead of the assembly election due on December 7,
Year: 2018
Former US president George HW Bush, who helped steer America through the end of the Cold War, has died at age 94, his family announced late Friday. Family spokesman Jim McGrath says Bush died shortly after 10 pm Friday, about eight months after the death of his wife, Barbara Bush.
এনিমেশ্বন কথাছবি “মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ” ৰ *টিজাৰ* মুকলি এনিমেশ্বন কথাছবি ‘মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ’ৰ প্ৰাৰম্ভিক দৃশ্যাংশ(টিজাৰ) আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । ৰমণী চিত্ৰম স্মৃতি ন্যাসৰ প্ৰযোজনাত আৰু ডালিম পাঠকৰ সামগ্ৰিক পৰিকল্পনাত নিৰ্মীয়মাণ অগতানুগতিক কথাছবিখনৰ প্ৰাৰম্ভিক দৃশ্যাংশ শুকুৰবাৰে গুৱাহাটীৰ বেলতলাস্হিত গ্ৰেণ্ড ভবেন্দ্ৰালয় হোটেলৰ ৰঙ্গালয় সভাকক্ষত মুকলি কৰা হয় । এই উপলক্ষে আয়োজিত অনুষ্ঠানটিত
কলেজ অব ইডুকেশ্বন, মৰিগাঁৱত বিভিন্ন প্ৰকাৰৰ সাৰৰ সংমিশ্ৰণত বৃক্ষৰোপণ পৰিৱেশ সজাগতা আৰু কলেজ চৌপাশ সুন্দৰ কৰাৰ লক্ষ্যৰে আজি কলেজ অব ইডুকেশ্বন মৰিগাঁৱত ব্যতিক্ৰম ভাবে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ শিক্ষানুষ্ঠানখনৰ ডি.এল.এডৰ শিক্ষাৰ্থী সকলে আজি পাঠ্যক্ৰমৰ অংশ হিচাপে এই কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে প্ৰতিপালনৰ বাবেও যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহন কৰে ৷
Back in 2015, drone-maker DJI began putting some of its image-stabilization technology into hand-held camera gimbals. The first, called the Osmo, was well-received among the prosumer crowd, because it let users capture unshaky video on either a smartphone or on the device itself. Since then, DJI has released a series