Year: 2018

উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী চলচিত্ৰ সংস্থা গুৱাহাটী চিনে ক্লাৱে ১১ তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আয়োজন কৰিছে

উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী চলচিত্ৰ সংস্থা গুৱাহাটী চিনে ক্লাৱে ১১ তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আয়োজন কৰিছে

উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী চলচিত্ৰ সংস্থা গুৱাহাটী চিনে ক্লাৱে বিগত বৰ্ষৰ দৰে এইবাৰো ১১ তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আয়োজন কৰিছে আৰু এই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ অহা ৭ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈকে কামৰূপ মহানগৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হব । জাপান ,জাৰ্মান,কোৰিয়া , চীন ,বাংলাদেশ, নৰৱে, আফগানিস্তানকে ধৰি মুঠ ২৮ খন

মণিপুৰী বস্তিৰ সংকট জনক অৱস্থাত থকা পুতলা বিস্ফোৰণত গুৰুত্বৰভাৱে আহত দিৱানেছা দেৱীক আৰ্থিক সাহাৰ্য্য লিবাৰেল ষ্টুডেন্ট ইউয়নৰ৷

মণিপুৰী বস্তিৰ সংকট জনক অৱস্থাত থকা পুতলা বিস্ফোৰণত গুৰুত্বৰভাৱে আহত দিৱানেছা দেৱীক আৰ্থিক সাহাৰ্য্য লিবাৰেল ষ্টুডেন্ট ইউয়নৰ৷

উল্লেখযোগ্য যে যোৱা ১৩ নৱেম্বৰত খেলি থকা পুতলা বিস্ফোৰণৰ ফলত দিৱানেছা দেৱীৰ হাতৰ তিনিটা আঙুলিৰ লগতে এটা চকুও হেৰুৱাব লগা হয়৷কিন্তু ঘৰৰ আৰ্থিক অৱস্হা দুৰ্বল হোৱা কিশোৰীজনীৰ চিকিৎসাৰ কাৰণে ওলাই অহা নাই কোনো এটা দল— সংগঠন৷সেয়ে বৃহস্পতি বাৰে লিবাৰেল ষ্টুডেন্ট ইউনিয়নৰ অসমৰ সাধাৰণ সম্পাদক আবিদ আহমেদৰ সহযোগত কামৰূপ জিলা প্ৰশাসনৰ

Governor Jagdish Mukhi’s one day tour to Nagaon.

Governor Jagdish Mukhi’s one day tour to Nagaon.

নগাঁৱত এদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যপাল জগদীশ মুখী । অংশ ল’লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত । এদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে নগাঁৱত উপস্থিত হ’ল ৰাজ্যপাল জগদীশ মুখী । নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনত অংশ লোৱাৰ উদ্দেশ্যেৰে নগাঁৱত উপস্থিত হয় ৰাজ্যপাল গৰাকী । নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই সমাৱৰ্তনত ৰাজ্যপাল