Year: 2018

APSCত উজলিল নগাঁৱৰ শেনচোৱাৰ পল্লৱজ্যোতি নাথ।

APSCত উজলিল নগাঁৱৰ শেনচোৱাৰ পল্লৱজ্যোতি নাথ।

অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত নগাঁও জিলাৰ শেনচোৱাৰ পল্লৱ জ্যোতি নাথে ৩০ সংখ্যক স্থান অধিকাৰ কৰি অসম প্ৰশাসনিক সেৱালৈ উৰ্ত্তীণ হোৱা বাতৰিয়ে শেনচোৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে অঞ্চলৰ ৰাইজক উৎফুল্লিত কৰি তুলিছে। লগতে অঞ্চলটোৰ ৰাইজে ফুলাম গামোচা আৰু ফুলৰ থোপাৰে পল্লৱজ্যোতি নাথক উষ্ম অভিনন্দন জনায়।

Fire breaks out at Kolkata’s tallest building .

Fire breaks out at Kolkata’s tallest building .

A fire broke out at The 42, an under construction building that is billed as the tallest structure in Kolkata, on Saturday evening.Three fire engines were dispatched to douse the flames that were first noticed a few minutes after 5 pm. Located on arterial Chowringhee Road in south Kolkata, it

গহপুৰত পথ দুৰ্ঘটনা,  নিহত এজন |

গহপুৰত পথ দুৰ্ঘটনা, নিহত এজন |

গহপুৰৰ টঙনা গাৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাত উৎপল গাংগুলী নামৰ যুৱকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। প্ৰথমে চলন্ত টেম্পুত খুন্দিয়াই ৰাস্তাত মটৰ চাইকেল সহ যুৱক জন বাগৰি পৰে পিছত গাৰ ওপৰেদি ট্ৰাক পাৰ হৈ যোৱাৰ ফলত থিতাতে নিহত হয় । নিহত যুৱক জনৰ ঘৰ