Day: 13 May 2019

নগাঁও জিলাৰ ৰূপহীহাটত  বিজেপি নেতাৰ বিৰুদ্ধে ধৰ্ষনৰ অভিযোগ ৷ ৰূপহী থানাত গোচৰ ৰুজু ৷

নগাঁও জিলাৰ ৰূপহীহাটত বিজেপি নেতাৰ বিৰুদ্ধে ধৰ্ষনৰ অভিযোগ ৷ ৰূপহী থানাত গোচৰ ৰুজু ৷

নগাঁও জিলাৰ ৰূপহীহাটত বিজেপি নেতাৰ বিৰুদ্ধে পুনৰ উথ্থাপিত হৈছে ধৰ্ষনৰ অভিযোগ ৷ পৰস্ত্ৰীক বিয়াৰ প্ৰলোভনেৰে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৰূপহীহাটৰ বৰপকাৰ বিজেপি নেতা শ্বাহ আলমৰ বিৰুদ্ধে ৷ লম্পট বিজেপি নেতা শ্বাহ আলমে বহি ৰাজ্যত স্বামী কৰ্মৰত থকাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি বৰপকা গাৱৰ এগৰাকী মহিলাক বিভিন্ন ছলাহি কথা তথা

নলবাৰীত  ১০০ গৰাকী ছাত্ৰ – ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ  ইংৰাজী অভিধান বিতৰন

নলবাৰীত ১০০ গৰাকী ছাত্ৰ – ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ ইংৰাজী অভিধান বিতৰন

নলবাৰীঃ দৰিদ্ৰতা জীৱনৰ সীমা নহয়।মানুহৰ জীৱনত আশা থাকিব লাগে।আশাই মানুহক জীয়াই ৰাখে আৰু আশাই জীৱনৰ গতিপথ আগবঢ়াই নিয়ে। এই মন্তব্য ডাঃ বসন্ত কুমাৰ বৈশ্যৰ। প্ৰয়াত ধনেশ্বৰী বৈশ্যৰ সোঁৱৰণত নলবাৰী জিলাৰ স্বেচ্ছাসেৱী অনুষ্ঠান ” অভিজ্ঞানম ” ৰাজহুৱা ন্যাসৰ সহযোগত আৰু ডাঃ বসন্ত কুমাৰ বৈশ্যৰ উদ্যোগত ৰবিবাৰে হেম বৰুৱা বিদ্যাপীঠ প্ৰাঙ্গনত দশম

নলবাৰীত সাংস্কৃতিক শিক্ষা কেন্দ্ৰ মুকলি

নলবাৰীত সাংস্কৃতিক শিক্ষা কেন্দ্ৰ মুকলি

নলবাৰীঃ নলবাৰীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান ‘ ন-পুৰণি শিল্পী’য়ে ৰবিবাৰে নলবাৰী জিলাৰ কাজিপাৰাত ‘ ৰংগতীৰ্থ: থিয়েটাৰ স্পেছ এণ্ড স্কুল’ নামেৰে এটি সাংস্কৃতিক শিক্ষা কেন্দ্ৰ মুকলি কৰে। ধৰণীধৰ বৰ্মন ক্ষেত্ৰত এই উপলক্ষে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট নাট্যকৰ্মী পবিন শৰ্মাই‌। উদ্বোধনী ভাষণ প্ৰসংগত তেওঁ এই কেন্দ্ৰটিত নাট্য শিল্পৰ প্ৰতি

নলবাৰী ঘগ্ৰাপাৰ থানাত সজাগতামুলক সভা সম্পন্ন

নলবাৰী ঘগ্ৰাপাৰ থানাত সজাগতামুলক সভা সম্পন্ন

নলবাৰী,১৩ মেঃ নলবাৰী জিলাৰ পূৱ দিশৰ  ঘগ্ৰাপাৰ  আৰক্ষী থানাত  দেওবাৰে  গাওঁ ৰক্ষীবাহিনীৰ মাহিলী সভাৰ সংগতি ৰাখি এখন সাম্প্ৰতিক পৰিস্হিতি আৰু জনসাধাৰনৰ মাজত এখন  সজাগতামুলক সভা অনুষ্ঠিত হৈ যায়।   ঘগ্ৰাপাৰ আৰক্ষী থানাৰ চক্ৰ সংগঠক প্ৰদীপ কুমাৰ দাসে আঁত ধৰা সভাখনত থানা এলেকাৰ গাঁও ৰক্ষী বাহিনীৰ  কৰ্মকতাসকলৰ উপৰিও ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত

ড্ৰাগচৰ ব্যৱসায়ত নামিছে মহিলা ।

ড্ৰাগচৰ ব্যৱসায়ত নামিছে মহিলা ।

মহিলাৰ জৰিয়তে সৰবৰাহ হয় ড্ৰাগচ আৰু গাঞ্জা । নগাঁও আৰক্ষীৰ অভিযানত উন্মোচিত হৈছে এই ভয়াবহ খবৰ । মনো বেগম নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ । মহিলাৰ গৰাকীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যৰ লগতে ৯৫ পেকেট গাঞ্জা । নগাঁৱৰ ভূঞাপট্টিত ঘৰ আটকাধীন মহিলা গৰাকীৰ । নগাঁও টাউন আৰক্ষীয়ে চলাইছিল