Day: May 13, 2019

নগাঁও জিলাৰ ৰূপহীহাটত বিজেপি নেতাৰ বিৰুদ্ধে ধৰ্ষনৰ অভিযোগ ৷ ৰূপহী থানাত গোচৰ ৰুজু ৷

13th May 2019

নগাঁও জিলাৰ ৰূপহীহাটত বিজেপি নেতাৰ বিৰুদ্ধে পুনৰ উথ্থাপিত হৈছে ধৰ্ষনৰ অভিযোগ ৷ পৰস্ত্ৰীক বিয়াৰ প্ৰলোভনেৰে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৰূপহীহাটৰ বৰপকাৰ বিজেপি নেতা শ্বাহ আলমৰ বিৰুদ্ধে ৷ লম্পট বিজেপি নেতা শ্বাহ আলমে বহি ৰাজ্যত স্বামী কৰ্মৰত থকাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি বৰপকা গাৱৰ এগৰাকী মহিলাক বিভিন্ন ছলাহি কথা তথা বিয়াৰ প্ৰলোভনেৰে শাৰিৰীক সম্পৰ্ক স্হাপন […]

Read More

নলবাৰীত ১০০ গৰাকী ছাত্ৰ – ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ ইংৰাজী অভিধান বিতৰন

13th May 2019

নলবাৰীঃ দৰিদ্ৰতা জীৱনৰ সীমা নহয়।মানুহৰ জীৱনত আশা থাকিব লাগে।আশাই মানুহক জীয়াই ৰাখে আৰু আশাই জীৱনৰ গতিপথ আগবঢ়াই নিয়ে। এই মন্তব্য ডাঃ বসন্ত কুমাৰ বৈশ্যৰ। প্ৰয়াত ধনেশ্বৰী বৈশ্যৰ সোঁৱৰণত নলবাৰী জিলাৰ স্বেচ্ছাসেৱী অনুষ্ঠান ” অভিজ্ঞানম ” ৰাজহুৱা ন্যাসৰ সহযোগত আৰু ডাঃ বসন্ত কুমাৰ বৈশ্যৰ উদ্যোগত ৰবিবাৰে হেম বৰুৱা বিদ্যাপীঠ প্ৰাঙ্গনত দশম শ্ৰেনীৰ ছাত্ৰ – ছাত্ৰীৰ মাজত […]

Read More

নলবাৰীত সাংস্কৃতিক শিক্ষা কেন্দ্ৰ মুকলি

13th May 2019

নলবাৰীঃ নলবাৰীৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান ‘ ন-পুৰণি শিল্পী’য়ে ৰবিবাৰে নলবাৰী জিলাৰ কাজিপাৰাত ‘ ৰংগতীৰ্থ: থিয়েটাৰ স্পেছ এণ্ড স্কুল’ নামেৰে এটি সাংস্কৃতিক শিক্ষা কেন্দ্ৰ মুকলি কৰে। ধৰণীধৰ বৰ্মন ক্ষেত্ৰত এই উপলক্ষে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট নাট্যকৰ্মী পবিন শৰ্মাই‌। উদ্বোধনী ভাষণ প্ৰসংগত তেওঁ এই কেন্দ্ৰটিত নাট্য শিল্পৰ প্ৰতি আগ্ৰহী ন-শিকাৰুসকলে পদ্ধতিগতভাবে শিক্ষা গ্ৰহণ […]

Read More

নলবাৰী ঘগ্ৰাপাৰ থানাত সজাগতামুলক সভা সম্পন্ন

13th May 2019

নলবাৰী,১৩ মেঃ নলবাৰী জিলাৰ পূৱ দিশৰ  ঘগ্ৰাপাৰ  আৰক্ষী থানাত  দেওবাৰে  গাওঁ ৰক্ষীবাহিনীৰ মাহিলী সভাৰ সংগতি ৰাখি এখন সাম্প্ৰতিক পৰিস্হিতি আৰু জনসাধাৰনৰ মাজত এখন  সজাগতামুলক সভা অনুষ্ঠিত হৈ যায়।   ঘগ্ৰাপাৰ আৰক্ষী থানাৰ চক্ৰ সংগঠক প্ৰদীপ কুমাৰ দাসে আঁত ধৰা সভাখনত থানা এলেকাৰ গাঁও ৰক্ষী বাহিনীৰ  কৰ্মকতাসকলৰ উপৰিও ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী,উপ […]

Read More

ড্ৰাগচৰ ব্যৱসায়ত নামিছে মহিলা ।

13th May 2019

মহিলাৰ জৰিয়তে সৰবৰাহ হয় ড্ৰাগচ আৰু গাঞ্জা । নগাঁও আৰক্ষীৰ অভিযানত উন্মোচিত হৈছে এই ভয়াবহ খবৰ । মনো বেগম নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ । মহিলাৰ গৰাকীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যৰ লগতে ৯৫ পেকেট গাঞ্জা । নগাঁৱৰ ভূঞাপট্টিত ঘৰ আটকাধীন মহিলা গৰাকীৰ । নগাঁও টাউন আৰক্ষীয়ে চলাইছিল এই অভিযান । Adil Shah […]

Read More

নগাঁৱত আমছুৰ অৱস্হান ধৰ্মঘট ৷

13th May 2019

NRCত আপত্তিৰ নামত সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগত পালন কৰে এই প্ৰতিবাদী কাৰ্যসুচী ৷ নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মখত পালন কৰে দুই ঘন্টীয়া অৱস্হান ধৰ্মঘট ৷ NRCত আপত্তিৰ নামত অযথা সংখ্যালঘু ৰাইজক হাৰাশাস্তি নকৰিবলৈ দাবী জনোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাই ৷ Adil Shah Alam Report-GTM

Read More

“Wouldn’t Have Allowed Sunny To Contest Had I Known…”: Dharmendra

13th May 2019

Veteran actor and former BJP lawmaker Dharmendra on Sunday said he would not have allowed his son Sunny Deol to contest the national elections from Punjab’s Gurdaspur had he known who his rival is – Congress’s Sunil Jakhar, the sitting lawmaker from the constituency. “Balram Jakhar was like my brother. Had I known his son […]

Read More

Jio Prime membership renewed for free, Here’s how to check if you have got it or not

13th May 2019

When Reliance Jio stepped into the market commercially in early 2017, it came up with a modern subscription plan – a Prime membership plan that offered multiple benefits for a year at Rs 99 per year. Jio pushed its subscribers to go for the Prime membership plans for Rs 99 and later included it with […]

Read More

সাংবাদিক আব্দুল খালেকলৈ ৰাজ্যিক পৰ্যায়ৰ বঁটা | উৎফুল্লিত দৰঙৰ সাংবাদিক মহল,বিভিন্ন সংগঠন

13th May 2019

মঙলদৈ, ১২ মে’ : আপকুৰ প্রাক্তন কেন্দ্রীয় সম্পাদক প্ৰধান, দৰং জিলা সমিতিৰ প্রাক্তন সভাপতি তথা বৰ্তমানৰ কেন্দ্রীয় সমিতিৰ উপ -সভাপতি দৰঙৰ বিশিষ্ঠ সাংবাদিক আব্দুল খালেকলৈ শিৱসাগৰ জিলা আপকুৱে প্রদান কৰিব লগীয়া প্ৰসন্ন দত্ত সোঁৱৰণি ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ বাবে বাছনি হোৱাত উৎফুল্লিত হৈ পৰিছে মঙলদৈৰ লগতে সমগ্ৰ দৰং জিলাৰ সাংবাদিক মহলৰ লগতে জিলাখনৰ বিভিন্ন দল সংগঠন […]

Read More

নলবাৰীত আধাৰশিলা হল পিছে দলঙ হলে নিৰ্মাণ নহল |

13th May 2019

বাৰিষা আহিলেই ৰাস্তাঘাটৰ সমস্যাই লগ নেৰে নলবাৰী জিলাৰ বৰটাৰী হাৰিভংগা অঞ্চলৰ ৰাইজক। বাট পথৰ সমস্যাৰ বাবে অঞ্চলটোৰ ৰাইজে যমৰ যাতনা ভূগি আহিছে। ইপিনে চৰকাৰীভাৱে যাবতীয় ব্যবস্থা আগবাঢ়িলেও কামতহে হয় পয়মাল। নলবাৰী জিলাৰ হাৰিভাঙ্গাৰ সমীপৰ বৰটাৰী-বৰপীত পথৰ ওপৰত আৰ চি চিৰ দলং নিৰ্মাণৰ আধাৰশিলা কৰাৰ তিনি মাহ অতিক্ৰম কৰাৰ পিছতো এতিয়ালৈ দলং নিৰ্মাণৰ নামত এটুকুৰা শিলো […]

Read More
error: Content is protected !!