Month: May 2019

Jakhalabandha || 1 held for rhino poaching

Jakhalabandha || 1 held for rhino poaching

Police on Thursday evening arrested a rhino poacher from Jakhalabandha. Following a joint operation carried out by a team of the forest officials and Jakhalabandha police, the poacher was arrested from Garubandha area. The poacher has been identified as Akhtar Ali. He was in radar of police and forest officials

ছাত্ৰ সন্থাৰ সংবাদমেল |মঙলদৈ আইন মহাবিদ্যালয়ৰ অধ্যক্ষৰ উপযুক্ত শিক্ষাগত অৰ্হতা নথকাৰ অভিযোগ

ছাত্ৰ সন্থাৰ সংবাদমেল |মঙলদৈ আইন মহাবিদ্যালয়ৰ অধ্যক্ষৰ উপযুক্ত শিক্ষাগত অৰ্হতা নথকাৰ অভিযোগ

মঙলদৈ ,৯ মে’ : দৰং জিলাৰ আইন শিক্ষাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান মঙলদৈ আইন মহাবিদ্যালয় খনৰ কৰ্মৰত অধ্যক্ষ গৰাকীৰ অধ্যক্ষ পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা নথকাৰ এক গুৰুতৰ অভিযোগ উথ্বাপন কৰিছে আন্ত:মঙলদৈ ছাত্ৰ সন্থা আৰু সদৌ দৰং জিলা ছাত্ৰ সন্থাই । এই উপলক্ষে বুধবাৰে বিয়লি মঙলদৈ প্ৰেছ ক্লাৱত ছাত্ৰ সংগঠন দুটাই