কামাখ্যা অম্বুবাচী মেলাৰ সন্দৰ্ভত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু যানবাহান শাখাৰ উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত শইকীয়া ৰ সংবাদমেল । #KamakhyaTemple #Ambubachi #MaaKamakhya Shahnawaz Aamir report, Guwahati Times Media.
Day: 20 June 2019
Gossaigaon, June 19:সমগ্ৰ ৰাজ্যজুৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (AAMSU) ৰ কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত গোসাঁইগাঁও, সাপকাটা ,ভাওৰাগুৰি আৰু শিমলুটাপু আঞ্চলিক সমিতিৰ উদ্যাগত ৰাজ্যখনত সঘনাই সাংঘটিত হৈ থকা বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ নিষ্পত্তিকাৰণৰ বাবে উক্ত ছাত্ৰসন্থাই এক সজাগতামূলক জোৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে।ছাত্ৰ সন্থাটোৰ আঞ্চলিক সদস্যবৃন্দৰ লগতে বিশিষ্ঠ নেতাসমূহৰ উপৰিও