28.3 C
Assam
Friday, May 20, 2022

Featured News

Over 6.62 lakh hit by flood in Assam; death toll rises to 9

The flood situation in Assam further deteriorated...

6 Naga Rebels Surrender

In a major achievement in the insurgency...

Nilamani Sen Deka Expelled From Assam Congress

Opposition Congress in Assam on Wednesday expelled...

Kokrajhar || An awareness rally by All Assam Minority Students Union(AAMSU)

Top NewsKokrajhar || An awareness rally by All Assam Minority Students Union(AAMSU)

Gossaigaon, June 19:সমগ্ৰ ৰাজ্যজুৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (AAMSU) ৰ কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত গোসাঁইগাঁও, সাপকাটা ,ভাওৰাগুৰি আৰু শিমলুটাপু আঞ্চলিক সমিতিৰ উদ্যাগত ৰাজ্যখনত সঘনাই সাংঘটিত হৈ থকা বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ নিষ্পত্তিকাৰণৰ বাবে উক্ত ছাত্ৰসন্থাই এক সজাগতামূলক জোৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে।ছাত্ৰ সন্থাটোৰ আঞ্চলিক সদস্যবৃন্দৰ লগতে বিশিষ্ঠ নেতাসমূহৰ উপৰিও উপস্থিত থাকি কেন্দ্ৰীয় উপ-সভাপতি ৰফিকুল ইছলামৰ লগতে জিলা সভাপতি মাফুজ হুছেইনে সমাজখনত চলি থকা সমস্যাবোৰ নিৰ্মূল কৰাৰ বাবে সকলোকে ঐক্যবদ্ধভাৱে ওলাই আহিবলৈ অনুৰোধ জনায়।

Watch Video

গোসাঁইগাঁওৰ পৰা ৰফিকুল ইছলামৰ প্ৰতিবেদন Guwahati times

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: