Motor Vehicles (Amendment) Bill proposed earlier has now been passed by the Cabinet, chaired by Prime Minister Narendra Modi. As per the amendments, the new bill will imply a hefty fine on traffic defaulters. One of the notable changes to the Motor Vehicle Act includes a penalty of Rs 10,000
Month: June 2019
জুৰীয়াত আন্তৰ্জাতিক ড্ৰাগছ বিৰুধি দিৱস পালন ৷ জুৰীয়া থানা আৰু গাওঁৰক্ষী বাহিনীৰ উদ্যোগত পালন কৰা হয় ড্ৰাগছ বিৰোধী অভিযান ৷ জুৰীয়া থানাৰ পৰা জুৰীয়া বজাৰলৈকে উলিওৱা হয় এই সমদল ৷ সমদলত অংশগ্ৰহণ কৰে কেইবা শতাধিক ৰাইজ আৰু গাওঁৰক্ষী বাহিনীৰ সদস্যই ৷ #juria #nagaon জুৰীয়াৰ পৰা পদুম ভূঞা ৷
জুৰীয়াত ধৃত ডকাইতৰ পৰা উদ্ধাৰ পাঁচটা কৈ সজীৱ গুলী। ধিংবৰী চাপৰিৰ পৰা যোৱা সোমবাৰে আটক কৰিছিল ইজাজুল ইছলাম ওৰফে ইজু নামৰ ডকাইতটোক জুৰীয়া বগৰীগুৰিত এগৰাকী মহিলাক কিছুদিনৰ পূৰ্বে শুৱাপাটিতে গুলীয়াই হত্যা কৰিছিল ধৃত ডকাইতটোৱে। ডকাইতটোৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আজি ধিংবৰী চাপৰিৰ পৰা সজীৱ গুলী সমূহ উদ্ধাৰ কৰে। #juria
NRC | Samujjal Bhattacharya speaks about the latest update.
আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস লগত সংগতি ৰাখি অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে নাৰ্কটিক কন্ট্ৰল ব্যুৰ’ , গুৱাহাটী মহানগৰ আৰক্ষী আৰু অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ সহযোগত বুধবাৰে শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰস্হিত শংকৰদেৱৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এখনি আলোচনাচক্ৰ অনুষ্ঠিত হয়। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ