Year: 2019

সাংবাদিক সকল সমাজৰ অংগ – ডাঃ বিপিন কলিতা সাংবাদিক পৰিষদ অসম’ৰ নলবাৰী জিলা পূৰ্ণাংগ সমিতি গঠন

সাংবাদিক সকল সমাজৰ অংগ – ডাঃ বিপিন কলিতা সাংবাদিক পৰিষদ অসম’ৰ নলবাৰী জিলা পূৰ্ণাংগ সমিতি গঠন

নলবাৰী: ,১২ জুন – সাংবাদিক পৰিষদ অসম’ৰ নলবাৰী জিলাৰ পূৰ্ণাংগ সমিতি গঠনৰ উদ্দেশ্য আজি এখন সাধাৰণ সভা অনুষ্ঠিত হয় । জিলাখনৰ অৰ্ধ শতাধিক সাংবাদিকৰ উপস্থিতিত নলবাৰীৰ চকবজাৰ স্থিত জিলা লেখক