Month: June 2020

কলা শাখাৰ দ্বিতীয় স্থানত উজ্বলিল কাশ্মিৰী দাস

কলা শাখাৰ দ্বিতীয় স্থানত উজ্বলিল কাশ্মিৰী দাস

বৰপেটা, 25 জুন : আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত দ্বিতীয় স্থান লাভ কৰিছে বৰপেটাৰ আম্বেদকাৰ একাডেমীৰ ছাত্ৰী কাশ্মীৰি দাসে ৷ কলা শাখাৰ দ্বিতীয় স্থানত উজ্বলিল কাশ্মিৰী দাস ৷ বৰপেটাৰ আম্বেদকাৰ একাডেমীৰ ছাত্ৰী কাশ্মীৰি দাস ৷

বিজ্ঞান শাখাত নৱম স্থানেৰে উজ্বলিল আমগুৰিৰ শিৱানুজ বৰকটকী

বিজ্ঞান শাখাত নৱম স্থানেৰে উজ্বলিল আমগুৰিৰ শিৱানুজ বৰকটকী

আমগুৰি, 25 জুনঃ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফলত বিজ্ঞান শাখাত আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী ছাত্ৰই ৷ ছাত্ৰগৰাকী আমগুৰিৰ অৰুণোদয় একাডেমীৰ শিৱানুজ বৰকটকী ৷ মুঠ ৯৪.৮ শতাংশ নম্বৰ লাভ কৰি বিজ্ঞান শাখাত নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে শিৱানুজে ৷ আমগুৰি পৌৰসভাৰ সহকাৰী অভিযন্তা সঞ্জীৱ বৰকটকী আৰু কমলাক্ষী বৰকটকীৰ

কলা শাখাত তৃতীয় স্থানপ্ৰাপ্ত পলী বৰাৰ শিক্ষক হোৱাৰ মন

কলা শাখাত তৃতীয় স্থানপ্ৰাপ্ত পলী বৰাৰ শিক্ষক হোৱাৰ মন

নগাঁও,25 জুন: বৃহস্পতিবাৰে ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত শিক্ষাবৰ্ষৰ ফলাফল ৷ এইবেলি কলা শাখাত তৃতীয় স্থান লাভ কৰি খ্যাতি কঢ়িয়াই আনিছে নগাঁৱৰ পলী বৰাই ৷ ভৱিষ্যতে এগৰাকী শিক্ষক হোৱাৰ মন পুহি ৰখা পলীয়ে কনচেপ্ট জুনিয়ৰ কলেজৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ ছাত্ৰীগৰাকীয়ে মুঠ ৪৭৩ নম্বৰ লাভেৰে কলা শাখাত তৃতীয়

কলা শাখাৰ তৃতীয় স্থানত উজ্বলিল দৰঙৰ ময়ুৰীকা

কলা শাখাৰ তৃতীয় স্থানত উজ্বলিল দৰঙৰ ময়ুৰীকা

দৰং, 25 জুন : কলা শাখাত অসমৰ ভিতৰতে তৃতীয় স্থান দখল কৰিলে দৰঙৰ ময়ুৰীকা ডেকাই ৷ মঙলদৈৰ ৰঞ্জিত শৰ্মা একাডেমিৰ পৰা ময়ুৰীকা ডেকাই স্থান লাভ কৰিবলৈ সক্ষম হয় । কলা শাখাৰ তৃতীয় স্থানত উজ্বলিল দৰঙৰ ময়ুৰীকা ৷ মুঠ 473 নম্বৰ লাভ কৰিছে ময়ুৰীকাই ৷