Month: September 2020

বলিউডৰ ৫০ জনীয়া তাৰকাক জেৰা কৰিবলৈ সাজু এন চি বি

বলিউডৰ ৫০ জনীয়া তাৰকাক জেৰা কৰিবলৈ সাজু এন চি বি

প্রতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ চি বি আয়ে চলোৱা তদন্তত ড্রাগ্ছ আৰু বলীউড জগত জড়িত হৈ পৰা বিষয়টো দেশজুৰি ব্যাপক চর্চা হৈ আছে এইবাৰ এন চি বিৰ হাতত আহি পৰিছে ড্ৰাগছ সেৱন কৰা তাৰকাৰ ৫০জনীয়া তালিকা। এন চি বিৰ সূত্রত প্রকাশ পোৱা মতে আজি দীপিকাই এন