Month: December 2020

Manipur Cop Returns Bravery Medal After Court Order On Drugs Case

Manipur Cop Returns Bravery Medal After Court Order On Drugs Case

Imphal (Manipur): Manipur Assistant Superintendent of Police (ASP) Thounaojam Brinda on Friday returned her Chief Minister’s Gallantry Medal, she received for a drugs probe, in which the former Bharatiya Janata Party ADC chairman and six others, were implicated. She also wrote to Chief Minister N Biren Singh in Imphal, stating the

নগাঁও জিলাৰ ১০টা সমষ্টিতে কংগ্ৰেছৰ শোচনীয় পৰাজয়, বিজেপিৰ জয়যাত্ৰা

নগাঁও জিলাৰ ১০টা সমষ্টিতে কংগ্ৰেছৰ শোচনীয় পৰাজয়, বিজেপিৰ জয়যাত্ৰা

তিৱা স্বায়ত্তশাসিত পৰিষদৰ নগাঁও জিলাৰ অন্তৰ্গত ১০টা সমষ্টিতে বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে বিজেপিয়ে। ইয়াৰ বিপৰীত সম্পূৰ্ণৰূপে ধুলিসাৎ হ’ল বিৰোধী দল কংগ্ৰেছ। কংগ্ৰেছৰ হৈ একমাত্ৰ ২০নং বাৰপূজীয়া সমষ্টিৰ প্ৰাৰ্থী অশোক গাঁওখোৱাই প্ৰবল প্ৰত্যাহ্বান আগবঢ়াই শেষমুহুৰ্তত বিজেপি প্ৰাৰ্থী কমল বৰদলৈৰ হাতত ৬৫টা ভোটৰ ব্যৱধানত পৰাজয় বৰণ কৰে। শনিবাৰে ঘোষিত ফলাফলত নগাঁও জিলাৰ

দেওবাৰৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ‘কা’ আন্দোলন

দেওবাৰৰ পৰা ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ ‘কা’ আন্দোলন

দেওবাৰৰ পৰা সমগ্ৰ ৰাজ্যতে দ্বিতীয় পৰ্যায়ৰ ‘কা’ আন্দোলন। ৭০ টা সংগঠনে শিৱসাগৰত সংবাদ মেল যোগে ঘোষণা কৰিলে এই সিদ্ধান্ত। ‘কা’ৰ বিৰুদ্ধে গাঁৱে গাঁৱে প্ৰতিবাদ হ’ব আন্দোলন। বিজেপিৰ লগতে আৰএচএচক সঁকিয়নি দিয়ে সংগঠন কেইটাই। হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোনোৱালোকো তীব্ৰ সমালোচনা ৭০ সংগঠনৰ প্ৰতিনিধিৰ।

Rahul Gandhi Said “Ready To Work As Party Desires”: Congress

Rahul Gandhi Said “Ready To Work As Party Desires”: Congress

Rahul Gandhi said he is “ready to work for the party as all desire” at a meeting today with Congress “dissenters” who had written a letter criticizing the leadership and calling for an overhaul earlier this year. The comment, greeted by applause from all present, including the rebels, has reinforced

নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত জুই

নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত জুই

ডিব্ৰুগড়ৰ পৰা নতুন দিল্লী অভিমুখী ০২৪২৩ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছত জুই । জুই-ধোৱাৰ মাজত আতংকিত যাত্ৰী । আতংকিত যাত্ৰীয়ে চেইন টানি ৰখালে ৰাজধানী এক্সপ্ৰেছ । কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম জংচনত ৰাখিল ৰাজধানী এক্সপ্ৰেছ । ৰাজধানী এক্সপ্ৰেছৰ চকাত জ্বলিছিল জুই । এচি ৩ টায়াৰৰ বি -৭ ডবাৰ ১৪৩১১৬/চি নম্বৰৰ চকাত লাগিছিল জুই ।