Year: 2020

Meghalaya CM lays base of new Sohra Govt College building

Meghalaya CM lays base of new Sohra Govt College building

Meghalaya Chief Minister Conrad Sangma laid the foundation of the new building of the Sohra Government College and also inaugurated a 10-metre indoor precision shooting range at Demthring Lumjingsuk. The Sohra Government College, earlier known as the Sohra College, was provincialised in 2009. The new building is being upgraded with

সুধাকণ্ঠৰ নৱম মৃত্যু বাৰ্ষিকী : জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত সৰ্বধৰ্ম প্ৰাৰ্থনা

সুধাকণ্ঠৰ নৱম মৃত্যু বাৰ্ষিকী : জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত সৰ্বধৰ্ম প্ৰাৰ্থনা

ড০ ভূপেন হাজৰিকাৰ উপস্থিতি অবিহনে অসমবাসীয়ে পাৰ কৰিলে ৯ টা বছৰ । বৃহস্পতিবাৰ অৰ্থাৎ আজি সুধাকণ্ঠৰ নৱম মৃত্যু দিৱস । শিল্পীগৰীকাক শ্ৰদ্ধাঞ্জলী নিবেদেন কৰিব সমগ্ৰ অসম বাসীয়ে । শ্ৰদ্ধাৰে প্ৰয়াত গণ শিল্পী গৰাকীক শ্ৰদ্ধাৰে সুৱৰিছে ৰাজ্যৰ জনতাই । ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ মৃত্যু দিৱস উপলক্ষে বিভিন্ন ধৰনৰ অনুষ্ঠান উদযাপন কৰাৰৰ

মোক আৰক্ষীয়ে বেয়াকৈ পিটিছে : অৰ্নৱ

মোক আৰক্ষীয়ে বেয়াকৈ পিটিছে : অৰ্নৱ

অৰ্নৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰৰ সময়ত আৰক্ষীয়ে মাৰপিট কৰিছিল । সেই কথা চিঞৰি চিঞৰি সংবাদ মাধ্যমক জনালে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গৰাকীয়ে । পুলিছৰ ভেনৰ পৰাই চিঞৰি চিঞৰি অৰ্নৱে ক’লে মোক আৰক্ষীয়ে পিটিছে । অৱশ্যে অধিক কথা কোৱাৰ সুযোগ নাপালে সাংবাদিক গৰাকীয়ে । তাৰ পিছতে তেওক লৈ আতৰি গৈছিল মুম্বাই আৰক্ষীৰ

অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে আৰু এটা নতুন গোচৰ ৰুজু

অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে আৰু এটা নতুন গোচৰ ৰুজু

অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে আন এটা গোচৰ ৰুজু। বুধবাৰে পুৱা তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা আৰক্ষীক বাধা দিছিল ৰিপাব্লিকৰ মুখ্য সম্পাদকগৰাকীয়ে। কৰ্তব্যৰত আৰক্ষীক বাধা দিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে এটা গোচৰ। এন এম যোশী মাৰ্ক থানাত এই গোচৰ ৰুজু কৰা হৈছে। মুম্বাই আৰু ৰায়গড়ৰ আৰক্ষীয়ে ২০১৮চনৰ আত্মহত্যাৰ এক গোচৰত গ্ৰেপ্তাৰ কৰিবলৈ