Year: 2020

গোসাঁইগাঁৱৰ সংবাদকৰ্মী আজিজুল হকক প্ৰেছ ক্লাবত প্ৰৱেশ নিষিদ্ধ ঘোষণা

গোসাঁইগাঁৱৰ সংবাদকৰ্মী আজিজুল হকক প্ৰেছ ক্লাবত প্ৰৱেশ নিষিদ্ধ ঘোষণা

গোসাঁইগাঁও প্ৰেছ ক্লাৱ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত অসম ফ’কাছ নামৰ ৱেব পৰ্টেলটোত কৰ্মৰত গোসাঁইগাঁৱৰ সংবাদকৰ্মী আজিজুল হকক গোসাঁইগাঁৱৰ সংবাদ জগতৰ পৰা এঘৰীয়া কৰাৰ লগতে প্ৰেছ ক্লাবত প্ৰৱেশ নিষিদ্ধ ঘোষণা গোসাঁইগাঁও প্ৰেছ ক্লাবৰ। যোৱা সোমবাৰে গোসাঁইগাঁও প্ৰেছ ক্লাৱত প্ৰেছ ক্লাবৰ  সভাপতি হাফিজুৰ ৰহমানৰ সভাপতিত্বত সংবাদকৰ্মীজনৰ বিৰুদ্ধে কিছুমান আপত্তিজনক অভিযোগৰ ভিত্তিত

উৰ্বশী ৰৌতেলাক সোণ আৰু হীৰাৰ পোছাকেৰে সজালে আৰব শ্বেখসকলে! ভিডিঅ’ ভাইৰেল!

উৰ্বশী ৰৌতেলাক সোণ আৰু হীৰাৰ পোছাকেৰে সজালে আৰব শ্বেখসকলে! ভিডিঅ’ ভাইৰেল!

উৰ্বশী ৰৌতেলা। বলীউদৰ জনপ্ৰিয় মডেল। আইটেম ছঙো কৰিছে কেইবাটাও। অভিনয় জগতত এতিয়াও খুব একো কৰিব পৰা নাই। কিন্তু উৰ্বশী বিখ্যাত ষ্টাইল আৰু ফেশ্বনৰ বাবে। মডেলিং উৰ্বশীৰ প্ৰথম পছন্দ।   View this post on Instagram   Egyptian Princess Queen 👑 I will not be triumphed over ~ #Cleopatra #love #UrvashiRautela #BTS

Meghalaya Health Dept issues fresh guidelines

Meghalaya Health Dept issues fresh guidelines

The Meghalaya Department today issued fresh guidelines for disposal of dead bodies of COVID-19 victims – suspected or confirmed cases – in accordance with the protocol of the Union Ministry of Health and Family Welfare. The Health Department said that all those present on the cremation or burial grounds will

শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা বহিষ্কাৰৰ দাবী জনালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা বহিষ্কাৰৰ দাবী জনালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপনৰ প্ৰস্তাৱক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে বিধায়ক শ্বেৰমান আলীক কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰৰ দাবী জনাইছে কংগ্ৰেছৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ বুধবাৰে মৰাণ নগৰস্থিত মাহমৰা ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত শ্বেৰমান আলীৰ মন্তব্য কংগ্ৰেছ দলৰ মন্তব্য নহয় বুলিও স্পষ্ট কৰি দিয়ে