Year: 2020

জনজাতিকৰণ আৰু শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত মাকুমত আছাৰ প্ৰতিবাদ

জনজাতিকৰণ আৰু শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত মাকুমত আছাৰ প্ৰতিবাদ

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আহ্বানত চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, চাহ শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ দাবীত আছাই আজি মাকুমত প্ৰতিবাদ সাব্যস্ত কৰে।