Year: 2020

কলকাতাৰ দুৰ্গা পূজা মণ্ডপত অভিনেতা চনু সুডৰ প্ৰতিমূৰ্তি

কলকাতাৰ দুৰ্গা পূজা মণ্ডপত অভিনেতা চনু সুডৰ প্ৰতিমূৰ্তি

অভিনেতা চনু সুডে লকডাউনৰ সময়ত বিশেষকৈ বিপদত পৰা শ্ৰমিক সকলকে ধৰি বিপদত পৰা বহুজনক সহায় কৰি সকলোৰে হৃদয়জয় কৰিবলৈ সক্ষম হৈছিল । তেওঁৰ এই কামৰ প্ৰতি স্বীকৃতি দি কলকাতাৰ কেশোপুৰ

১৫২জন এল এল এম পৰীক্ষাৰ্থীৰ ফলাফল ঘোষণা কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ে ল’লে ৯মাহতকৈ অধিক সময়

১৫২জন এল এল এম পৰীক্ষাৰ্থীৰ ফলাফল ঘোষণা কৰিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ে ল’লে ৯মাহতকৈ অধিক সময়

নটা মাহৰো অধিক সময়ৰ অন্তত আজি ২১ অক্টোবৰত গুৱাহাটী বিশ্ববিদ্যালয়ে ঘোষণা কৰিলে আইনৰ স্নাতকোত্তৰ শাখা(এল এল এম)ৰ ফলাফল । ১৫২ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱা এই পৰীক্ষাত উৰ্ত্তীণ হয় ১১৪ জন

মুকলি হ’ল নৱ-নিৰ্মিত গণেশগুৰি উৰণীয়া সেতু

মুকলি হ’ল নৱ-নিৰ্মিত গণেশগুৰি উৰণীয়া সেতু

আজি মুকলি কৰা হ’ল নৱ-নিৰ্মিত গণেশগুৰি উৰণীয়া সেতু। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰে উৰণীয়া সেতুখন। মহা ষষ্ঠীৰ দিনাই গুবাহাটীবাসীলৈ উপহাৰ। মহানগৰীৰ যান-যট সমস্যা দুৰ কৰাত এই উৰণীয়া সেতুখনে নিশ্চয়কৈ প্ৰভাৱ

গুৱাহাটী ষ্টেচনত ৫০ লাখ টকাৰ চোৰাং সোণসহ এজনক গ্রেপ্তাৰ

গুৱাহাটী ষ্টেচনত ৫০ লাখ টকাৰ চোৰাং সোণসহ এজনক গ্রেপ্তাৰ

চৰকাৰী ৰে’ল আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত গুৱাহাটী ষ্টেচনত নামনিমুৱা অবধ আছাম এক্সপ্রেছত অভিযান চলাই ৬ টুকুৰা সোণৰ বিস্কুটসহ এজন লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ চৰকাৰী ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়া

বায়ু প্রদূষণৰ বিপদঃ ভাৰতত ২০১৯ত ১.১৬ লাখ শিশুৰ মৃত্যু

বায়ু প্রদূষণৰ বিপদঃ ভাৰতত ২০১৯ত ১.১৬ লাখ শিশুৰ মৃত্যু

বায়ু প্রদূষণে মানৱ জাতিৰ ভৱিষ্যতলৈ কঢ়িয়াই আনিছে অন্ধকাৰ৷ প্রথমবাৰৰ বাবে বায়ু প্রদূষণক লৈ সর্বাত্মক বিশ্লেষণ হৈছে৷ নৱজাতকৰ ওপৰত বায়ু প্রদূষণে কেনে প্রভাৱ পেলাব পাৰে তাক লৈ চলোৱা হৈছে গুৰুত্বপূর্ণ অধ্যয়ন৷