ক’ৰোনাৰ বিভীষিকাৰ মাজতে ধৰালৈ আগমন ঘটিল দুর্গতিনাশিনী, মহিষমর্দিনী দেৱী দুর্গাৰ শাৰদীয় দুর্গোৎসৱ৷ দুর্গাপূজালৈ মাজত মাথোঁ তিনিটা দিন বাকী৷ পূজাক লৈ মহানগৰীত ব্যাপক জাকজমকতা নাই যদিও ধর্মীয় পৰম্পৰা অনুসৰি ঠায়ে ঠায়ে পূজাৰ আয়োজন চলিছে৷ শাৰদীয় দুর্গোৎসৱৰ প্রাক্মুহূর্তত ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা আগমন ঘটিছে ছদ্মবেশী ব্যৱসায়ী তথা সন্দেহযুক্ত লোকৰ৷ পূজাৰ বতৰত বিভিন্ন
Year: 2020
সমাগত শাৰদীয় দুর্গোৎসৱ৷ ক’ৰোনা সৃষ্টি পৰিৱেশৰ মাজতেই বিভিন্ন সমস্যাক নেওচি ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে মহানগৰীত বসবাস কৰা হিন্দু ধর্মাৱলম্বী লোকসকলে অনুষ্টুপিয়াকৈ পূজাৰ আয়োজন কৰা পৰিলক্ষিত হৈছে৷ শাৰদীয় দুর্গোৎসৱৰ প্রাক মুহূর্তত অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি কৰি গ্রাহকক মাধমাৰ শোধাইছে৷ অত্যাৱশ্যকীয় সামগ্রীৰ সমান্তৰালভাৱে মহানগৰীৰ বজাৰত উপলব্ধ প্রতিবিধ মিঠাইৰো মূল্য দুগুণ বৃদ্ধি
ভাৰত-চীনৰ সংঘাতৰ মাজতে আজি বন্দী কৰা হৈছে এগৰাকী চীনা সৈন্যক। ভাৰতীয় সেনা সূত্ৰৰ পৰা জানিব পৰা মতে, পিপলছ লিবাৰেচন আৰ্মীৰ উক্ত সেনা জোৱানজনে ভাৰত-চীন সীমাৰেখা অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰা অৱস্থাত চুমাৰ-ডেমচুক অঞ্চলত কৰায়ত্ত কৰে ভাৰতীয় সেনাই। অৱশ্যে সেনা বাহিনীৰ ফালৰ পৰা কোৱা হৈছে যে চীনা সেনাজনে ভুলক্ৰমে ভাৰতত প্ৰৱেশ
আন্দ্রে ৰাছেল, ডেভিড ৱার্নাৰ, ৰশিদ খান বা পেট কামিন্স৷ দুই দলত আছিল বহুকেইজন তাৰকা৷ কিন্তু দেওবাৰে নিশা আবু ধাবিত কলকাতা বনাম হায়দৰাবাদৰ মেচৰ আৰম্ভণিৰে পৰা সকলোৰে চকু কাঢ়ি নিলে এগৰাকী আম্পায়াৰে৷ দেখাত ৰকষ্টাৰ, তেওঁৰ নাম পশ্চিম পাঠক৷ বহুতেই পশ্চিম পাঠকক মহিলা আম্পায়াৰ বুলি ভাবি ভুল কৰিছিল। তেনে সময়তে কিছুক্ষণৰ পাছতেই
Nokia has created an automated system that uses a thermal camera and real-time video analytics to determine if a person has COVID-19 symptoms and is wearing a mask, part of efforts to protect employees as they return to work. The Finnish company has been using the system in its factory