Year: 2020

১০০ শতাংশ যাত্রী লৈ মহানগৰীত চলিল চিটীবাছ

১০০ শতাংশ যাত্রী লৈ মহানগৰীত চলিল চিটীবাছ

সদৌ অসম মটৰ পৰিবহণ সন্থাই দুগুণ ভাৰা বৃদ্ধিকে ধৰি বিভিন্ন দাবীৰ সমর্থনত যোৱা ৫ অক্টোবৰৰ পৰা ঘোষণা কৰা চকাবন্ধ কার্যসূচীব প্রত্যাহাৰ কৰাত আজি স্বাভাৱিকভাৱে মহানগৰীৰ ৰাজপথত চলাচল কৰিলে ব্যক্তিগত খণ্ডৰ চিটীবাছ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে জাৰি কৰা নীতি–নির্দেশনা মানি ১০০ শতাংশ যাত্রী কঢ়িয়াই চিটীবাছসমূহ চলাচল

হিমন্তই চকু মেলিয়েই ভাৱে আজমল মুখ্যমন্ত্ৰীৰ চকীত বহিছে:বদৰুদ্দিন

হিমন্তই চকু মেলিয়েই ভাৱে আজমল মুখ্যমন্ত্ৰীৰ চকীত বহিছে:বদৰুদ্দিন

“বিজেপিয়ে এতিয়া সংখ্যালঘুক মুৰ্গী হিচাপে পালন কৰি আছে৷যেতিয়াই সময় আহিব তেতিয়াই কাটি খাব৷”এই মন্তব্য এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ৷ আজি বৰপেটাৰ খণ্ডকাৰপাৰাত আয়োজন কৰা এ আই ইউ ডি এফৰ কৰ্মীসভাত এই মন্তব্য কৰে বদৰুদ্দিন আজমলে৷আনহাতে, হিমন্ত বিশ্ব শৰ্মাই আজমলক উদ্দেশ্যি কৰি অহা সমালোচনা সম্পৰ্কত আজমলে কয় যে,

গুৱাহাটীৰ হাতীগাঁৱত ৬৭ লাখ টকাৰ চিগাৰেট জব্দ

গুৱাহাটীৰ হাতীগাঁৱত ৬৭ লাখ টকাৰ চিগাৰেট জব্দ

গুৱাহাটী মহানগৰীত বাহৰ পাতি আন্তঃৰাষ্ট্রীয় চোৰাং সৰবৰাহকাৰী চক্রই কৰ ফাঁকিৰে বিদেশী চিগাৰেটৰ চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে৷ সীমা শুল্ক বিভাগে লাভ কৰা তথ্যৰ ভিত্তিত আজি অভিযান চলাই হাতীগাঁৱৰ কেৰাকুছিৰ পৰা বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয়৷ সীমা শুল্ক বিভাগৰ অভিযানকাৰী দলটোৱে কেৰাকুছিৰ এজন লোকৰ ঘৰৰ পৰা ২৭,৯২০ পেকেট বিদেশী