বৰপেটা জিলাৰ হাউলী থানাৰ আৰক্ষীয়ে যোৱানিশা প্রায় ২ বজাত হানী ট্রেপিং চক্রৰ সৈতে জডিত ৫জন যুৱকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ যুৱককেইজনে হাউলী নগৰৰ এজন প্রতিষ্ঠিত ব্যৱসায়ীৰ গোপন ভিডি’ সংগ্রহ কৰি ৫ লাখ টকা দাবী কৰিছিল৷ ব্যৱসায়ীগৰাকীয়ে আৰক্ষীৰ সহায় বিচাৰে৷ যোৱানিশা টকা নিবলৈ অহাৰ সময়তে হাতে–লোটে ধৰা পৰে হানী ট্রেপিং চক্রৰে
Year: 2020
ধুবুৰী জিলাৰ পশ্চিমবংগ সীমান্তৰ ছাগলীয়া আৰক্ষীয়ে যোৱানিশা অভিযান চলাই আই পি এলৰ তিনি জুৱাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত জুৱাৰীজনৰ ঘৰ ছাগলীয়া দ্বিতীয় খণ্ড গাঁৱত৷ ছাগলীয়াত আই পি এলৰ অবৈধ জুৱা চলি থকাৰ তথ্য লাভ কৰি যোৱানিশা অভিযান চলাই নুৰ আলম, মমিনুৰ হক আৰু মতীবুৰ ৰহমান নামৰ তিনি জুৱাৰীক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷
Guwahati: Assam on Tuesday reported 2,073 new cases of COVID-19 and eight more deaths, Health Minister Himanta Biswa Sarma said. Among the latest deaths, two happened in Kamrup Metropolitan and one each in Dibrugarh, Darrang, Barpeta, Bongaigaon, Jorhat and Cachar, he said. Of the new cases detected, 344 are from
New Delhi: With a spike of 83,347 new cases and 1,085 deaths in the last 24 hours, India’s COVID-19 count stood at 56,46,011 on Wednesday. According to the Union Health Ministry, this includes 9,68,377 active cases, and 45,87,614 cured and discharged or migrated patients. The death toll in the country
ইতিহাস সৃষ্টিৰে প্রথমবাৰৰ বাবে মহিলা বিষয়াক ভাৰতীয় যুদ্ধ জাহাজত মোতায়েন কৰা হ’ব৷ ভাৰতীয় নৌবাহিনীত লিংগ বৈষম্য আঁতৰ কৰাৰ লক্ষ্যৰে বাহিনীৰ যুদ্ধ জাহাজত দুগৰাকী ছাব–লেফটেনেণ্ট মহিলা বিষয়া শীঘ্রেই নিযুক্তি দিব৷ ইতিমধ্যে ৬০ ঘণ্টীয়া প্রশিক্ষণ সমাপ্ত কৰা ছাব–লেফটেনেণ্ট কুমুদিনী ত্যাগী আৰু ৰীতি সিঙক নিযুক্তি দিবলৈ প্রস্তুতি সম্পূর্ণ কৰিছে৷ ইপিনে ফ্রান্সৰ পৰা অনা