Year: 2020

কৃষি আইন সন্দৰ্ভত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব ৰাহুল গান্ধীয়ে

কৃষি আইন সন্দৰ্ভত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব ৰাহুল গান্ধীয়ে

নতুন কৃষি আইনক লৈ দিল্লীৰ সীমাত অব্যাহত আছে কৃষকৰ প্ৰতিবাদ । কৃষকৰ প্ৰতিবাদত ভাগ লৈছে পাঞ্জাৱ,হাৰিয়ানাৰ লগতে দেশৰ বহু কেইখন ৰাজ্যই । ইফালে কৃষি আইন সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে