Year: 2020

গোঁসাইগাঁৱৰ শিমুলটাপুত পথ দুৰ্ঘটনা:  নিহত এজন

গোঁসাইগাঁৱৰ শিমুলটাপুত পথ দুৰ্ঘটনা: নিহত এজন

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শিমুলটাপুত ৩১ নম্বৰ ‘গ’ ৰাষ্ট্ৰীয় ঘাই পথত আজি সাংঘাতিক হয় এক ভয়ানক পথ দুৰ্ঘটনা। নিহত লোকজন গোসাঁইগাঁও মহকুমাৰ শিমুলটাপু পিজিআৰৰ নিৱাসী প্ৰয়াত আলী আজগৰ