Year: 2020

নগাঁৱৰ চতুৰ্থজন ক’ৰ’না আক্ৰান্ত লোক জনৰ বিষয়ে জানিবলৈ – ক্লিক কৰক

নগাঁৱৰ চতুৰ্থজন ক’ৰ’না আক্ৰান্ত লোক জনৰ বিষয়ে জানিবলৈ – ক্লিক কৰক

নগাঁৱৰ চতুৰ্থজন ক’ৰ’না আক্ৰান্ত হৈছে হামিদুল ইছলাম(২৫)। নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত শিঙৰীত ঘৰ হামিদুলৰ । বহিঃৰাজ্যৰ পৰা অহা পঁচিশ বছৰীয়া হামিদুল সৰুসজাইৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল ।

শোণিতপুৰ জিলাত কৰোণা পজিটিভ লোক কেইজনৰ বিষয়ে জানিবলৈ – ক্লিক  কৰক

শোণিতপুৰ জিলাত কৰোণা পজিটিভ লোক কেইজনৰ বিষয়ে জানিবলৈ – ক্লিক কৰক

চন্দন শৰ্মা: জামুগুৰিহাট: শোণিতপুৰ জিলাত কৰোণা পজিটিভ হাৰিয়ানাৰ গুৰগাঁৱত শ্ৰমিক হিচাপে কৰ্মৰত প্ৰতাব লিম্বু আৰু দিলীপ তাঁতী । দুয়োৰে ঘৰ শোণিতপুৰৰ মিছামাৰীত । দুয়ো জন শ্ৰমিক ১৮ মে’ত তেজপুৰলৈ আহিছিল । দুয়োজনক তেজপুৰ বিশ্ববিদ্যালয় চৌহদৰ কেন্দ্ৰীয় বিদ্যালয়ৰ কোৰেন্টাইন কেম্পত ৰখা হৈছিল । বৰ্তমান দুয়ো জনকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ ।

Assam: 14 more tests positive in Sarusajai, total rises to 185

Assam: 14 more tests positive in Sarusajai, total rises to 185

GUWAHATI: Assam health minister Dr. Himanta Biswa Sarma tweeted, ” Alert ~ 14 new #COVID19 positive cases confirmed among those at Sarusajai Quarantine Centre. We need to be extra careful ↗️Total cases 185 ↗️Recovered 48 ↗️Active cases 130 ↗️Deaths 04 ↗️Migrated 03 Update 10:35 pm / May 20 #AssamCovidCount.”

ASSAM: One more tested positive for COVID-19, total rises to 171

ASSAM: One more tested positive for COVID-19, total rises to 171

GUWAHATI: Assam health minister Dr. Himanta Biswa Sarma tweeted, “Alert ~ One new case of #COVID19 positive confirmed from Karimganj. He has been in the Quarantine Centre. ↗️Total cases 171 ↗️Recovered 48 ↗️Active cases 116 ↗️Deaths 04 ↗️Migrated 03 Update 10:00 pm / May 20 #AssamCovidCount.”