Year: 2020

গৰ্ভৱতী অনুষ্কা-কৰিণা-ছোহাৰ যোগ চৰ্চা দেখিছেনে? স্বাভাৱিক প্ৰসৱৰ বাবে কিমান জৰুৰী শৰীৰ চৰ্চা? জানি লওক

গৰ্ভৱতী অনুষ্কা-কৰিণা-ছোহাৰ যোগ চৰ্চা দেখিছেনে? স্বাভাৱিক প্ৰসৱৰ বাবে কিমান জৰুৰী শৰীৰ চৰ্চা? জানি লওক

মা হোৱাৰ অনুভূতি পৃথিৱীৰ আটাইতকৈ মধুৰ অনুভূতি। এই সময়ত এগৰাকী গৰ্ভৱতী নাৰীৰ শাৰীৰিক আৰু মানসিক দিশত বহু পৰিৱৰ্তন আহে। আহিবলগীয়া সন্তানৰ স্বাস্থ্যকলৈ চিন্তিত হৈ থাকে।  সেয়েহে গৰ্ভাৱস্থাত সাধাৰণ শৰীৰ চৰ্চা