Year: 2020

বিশেষ ৰে’ল যোগে মৰিয়নীত উপস্থিত হ’ল ৩৭ জন যাত্ৰী

বিশেষ ৰে’ল যোগে মৰিয়নীত উপস্থিত হ’ল ৩৭ জন যাত্ৰী

চেলেংহাট, ১৪ মে’: উজনিমুৱা দিল্লী-ডিব্ৰুগড় বিশেষ যাত্ৰীবাহী ৰে’ল যোগে মৰিয়নীত উপস্থিত হ’ল ৩৭ জন যাত্ৰী। বৃহস্পতি বাৰে পুৱা ৫ বজাত মৰিয়নী জংচনত প্ৰবেশ কৰে বিশেষ ৰে’ল খন। মৰিয়নীত উপস্থিত হোৱা