Year: 2020

কৰিমগঞ্জত নিৰ্লজ্জ ঘটনা, দুই যুৱতীক দলবদ্ধ ধৰ্ষণ ৬ যুৱকৰ

কৰিমগঞ্জত নিৰ্লজ্জ ঘটনা, দুই যুৱতীক দলবদ্ধ ধৰ্ষণ ৬ যুৱকৰ

দীপাৱলীৰ আনন্দ-উছাহৰ মাজতে শুকুৰবাৰে নিশা কৰিমগঞ্জৰ নিলমবজাৰত সংঘটিত হয় এক জঘন্য ঘটনা। ত্ৰিপুৰাৰ পৰা শিলচৰলৈ অহা দুগৰাকী যুৱতীক ওৰে নিশা উপৰ্যুপৰি ধৰ্ষণ কৰে ছয় লম্পটৰ এটা দলে। যুৱতী দুগৰাকীয়ে শিলচৰ