Advertisement

Year: 2020

অসম-নগালেণ্ড সীমান্তত যুযুধান স্থিতিত দুই ৰাজ্যৰ আৰক্ষী, শীৰ্ষ মহলৰ মাজত হোৱা আলোচনা ব্যৰ্থ

মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত উত্তেজনা বৰ্তমানেও অব্যাহত আছে। অসমৰ প্ৰশাসনে নগালেণ্ডৰ অবৈধ নিৰ্মান উচ্ছেদ কৰা এদিনৰ পাছতে দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ পূৰ্বৰ ঠাইতে নগা আৰক্ষীয়ে যুদ্ধং দেহি মনোভাৱেৰে পুনৰ অস্থায়ী শিৱিৰ