প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসম ভ্রমণৰ প্রাক্সন্ধিয়া ৰাজ্যজুৰি সদৌ অসম ছাত্র সন্থা আৰু আৰক্ষী বাহিনীৰ মাজত সংঘর্ষময় পৰিস্থিতিৰ সৃষ্টি হয়৷ মহানগৰীৰ শ্বহীদ ন্যাসৰ সমীপত দুপৰীয়াৰ পৰাই বিৰাজ কৰে যুদ্ধসদৃশ পৰিৱেশ৷ উজান বজাৰৰ শ্বহীদ ন্যায়ৰ পৰাই সদৌ গুৱাহাটী ছাত্র সন্থাই কা বাতিল, ই আই এ প্রত্যাহাৰ আৰু অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ
Month: January 2021
অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন বিভাগ/ প্রাধিকৰণৰ অধীনস্থ গুৱাহাটী পৌৰ নিগমত(Office of the Guwahati Municipal Corporation) খালী হৈছে Office Assistantৰ ৩৯ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি নিগমৰCommissioner–এ এক নিয়োগ বিজ্ঞাপন জনসংযোগ বিভাগৰ জৰিয়তে সংবাদ পত্রত প্রকাশ কৰিছে৷ উক্ত খালী পদসমূহ গুৱাহাটী পৌৰ নিগমৰBranch আৰুDivisional Officeত পূৰণ কৰা হ’ব৷ প্রার্থী
‘আজিৰে পৰা আপোনালোকৰ কেৰিয়াৰৰ সৈতে তেজপুৰ বিশ্ববিদ্যালয়ৰ নাম জীৱনজুৰি যুক্ত হৈ ৰ’ল৷ আপোনালোক আজি যিমান সুখী, ময়ো সিমানেই সুখী৷’ –দেশৰ অন্যতম অগ্রণী উচ্চশিক্ষাৰ শিক্ষানুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ৰ অষ্টাদশ সমাৱর্তন সমাৰোহত ভার্চুৱেলযোগে মুখ্য অতিথি হিচাপে অংশ লৈ এই মন্তব্য কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ তেওঁ কয়– আজি আপোনালোকে নিজৰ ভৱিষ্যতক লৈ যিমান আশাৰে
কোচ ৰাজবংশীসকলৰ ভূমিত বডোলেণ্ড গঠন কেতিয়াও মানি লোৱা নহ’ব৷ সেয়া বডোলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলে হওক বা বডোলেণ্ড টেৰিটৰিয়েল ৰিজ’নে হওক৷ কোচ ৰাজবংশী যুৱ–ছাত্র সন্মিলনীয়ে বডোলেণ্ডৰ চিৰদিন বিৰোধিতা কৰি যাব৷ –এই মন্তব্য কৰে কোচ ৰাজবংশী যুৱ–ছাত্র সন্মিলনীৰ উপদেষ্টা ত্রিদীপপতি সিংহই৷ বঙাইগাঁৱৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত আজি বিটিআৰৰ পৰা গাঁও কর্তন, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ
GUWAHATI: Zuchobeni Tungoe, VLCC Femina Miss India 2020 Nagaland has made it to the Top 15 of VLCC Femina Miss India 2020, as announced by Neha Dhupia on Friday. “Cue the applause for Zuchobeni Tungoe, VLCC Femina Miss India Nagaland 2020, who is the next contestant to join the ranks of