Month: January 2021

Udalguri: 21-year-old girl allegedly raped and murdered

Udalguri: 21-year-old girl allegedly raped and murdered

GUWAHATI: A 21-year-old girl has been allegedly raped and murdered in Assam’s Udalguri district. The body of the victim was recovered from near a river at Gerugaon in Udalguri district. Notably, after the recovery of the body of the victim, it was suspected that she had committed suicide. But, later

গোসাঁইগাঁৱৰ কচুগাঁৱ অগ্নিদগ্ধ হৈ প্ৰাণ গ’ল দুটি কণমানী শিশুৰ

গোসাঁইগাঁৱৰ কচুগাঁৱ অগ্নিদগ্ধ হৈ প্ৰাণ গ’ল দুটি কণমানী শিশুৰ

অসমৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ কচুগাঁৱত সংঘটিত হৈছে এটা দুখলগা ঘটনা ৷ লাভ কৰা খবৰ অনুসৰি ৪ বছৰীয়া আৰ্শিনা কিস্কু আৰু ৫ বছৰীয়া মণিৰাম হেম্ব্ৰমৰ অগ্নিদগ্ধ হৈ মৃত্যু হয় ৷ অসমে মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালে উক্ত ঘটনাৰ শোক প্ৰকাশ কৰি সামাজিক মাধ্যমত লিখে –“ গোসাঁইগাঁৱৰ কচুগাঁৱত সংঘটিত আকস্মিক অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা দুটি কণমানি আৰ্শিনা

বিটিচিৰ দুর্নীতিৰ ফাইল খোল খাব অহা সপ্তাহত

বিটিচিৰ দুর্নীতিৰ ফাইল খোল খাব অহা সপ্তাহত

বিটিআৰ এলেকাত বসবাস কৰা প্রতিটো জাতি–জনগোষ্ঠীৰ সমউন্নয়ন–সমমর্ নিশ্চিত কৰাৰ লক্ষ্যৰে আজি বিটিআৰ প্রশাসনৰ উদ্যোগত বিটিআৰৰ বিভিন্ন সামাজিক আৰু ছাত্র সংগঠনৰে এখন বৈঠক অনুষ্ঠিত হয়৷ বিটিচি সচিবালয়ৰ খেলপথাৰত আয়োজিত বৈঠকত বিটিআৰৰ মুখ্য কার্যবাহী প্রমোদ বডো, উপ–মুখ্য কার্যবাহী গোবিন্দ বসুমতাৰী, সাংসদ তথা জিএছপিৰ সভাপতি নৱ কুমাৰ শৰণীয়া, কার্যবাহী সদস্যসকল, এবছুৰ সভাপতি দ্বীপেন

নতুন বছৰটোত ধিঙৰ বাবে কি ভাল খবৰ আহিল…

নতুন বছৰটোত ধিঙৰ বাবে কি ভাল খবৰ আহিল…

 ধিং এক্সপ্ৰেছ হিমা দাসে টকিঅ অলিম্পিকৰ বাবে যোগ্যতা অর্জন কৰিছে ।বাকী আছে আনুষ্ঠানিক ঘোষণা ।  হিমাৰ পৰিয়ালৰ লোক তথা হিমা ফেন ক্লাৱৰ লগতে ধিং বাসী উৎফুল্লিত হৈ পৰিছে ।  কৃষকৰ জীয়ৰী হিমা দাসে অলিম্পিকত স্থান লাভ কৰাৰ কথা জানিব পাৰি পিতৃ মাতৃয়ে পুৱা গধুলি নিতৌ নামঘৰত কৰিছে প্ৰাৰ্থনা । স্বৰ্ণ