Climate activist Nikita Jacob, who is involved in the controversial “Toolkit” document case related to farmers’ protest, has admitted that there was a Zoom meeting before Republic Day, which was attended by Poetic Justice Foundation founder MO Dhaliwal, and other fellow activists including Disha Ravi. In a document submitted by
Month: February 2021
মৰিগাঁও নগৰৰ পৰা ৮ কিলোমিটাৰ নিলগৰ সাত গাওঁ অঞ্চলত কালি নিশা নীৰৱ দাস নামৰ ব্যক্তিজনৰ ঘৰত ৬/৭ জনীয়া ডকাইতৰ দলে প্ৰৱেশ কৰি পৰিয়ালৰ সকলো সদস্যক আবদ্ধ কৰি শাৰীৰিক ভাৱে প্ৰহাৰ কৰি নগদ ধন আৰু মূল্যৱান অলংকাৰ লুট কৰাৰ ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি কালি নিশা প্ৰায়
চিমেন চাপৰিত এগৰাকী ডেৰ বছৰীয়া সন্তানৰ মহিলা নিৰুদ্দেশ হৈ থকা ঘটনাই পৰিয়ালৰ মাজত উদ্বিগ্ন কৰি তুলিছে। ঘটনাৰ বিৱৰণী মতে চিমেন আৰক্ষী থানাৰ আৰভিচি বড়ো গাঁৱৰ ফাগুণা বসুমতাৰীৰ পত্নী ৰূপহী বসুমতাৰী(২০)য়ে যোৱা ১৫ জানুৱাৰীৰ পুৱা আঠ বজাত ঘৰৰ পৰা ওলাই যায়। লগত এম্বুলেঞ্চ বসুমতাৰী নামৰ ডেৰ বছৰীয়া পুত্ৰ সন্তানৰ সৈতে গুচি
মৃতদেহৰ নাম শুনিলেই হয়টো বহুতৰে ভয়ত পেটতে হাতভৰি লুকাই।যদি তাতে দূৰ্ঘটনাত ছিন্ন-ভিন্ন মৃতদেহ নাইবা উৱলি যোৱা হয়, তেন্তে সেইটো আৰু ভয়ংকৰ।তেনে সময় হয়তো আপুনি দহ মিটাৰ দূৰৈত অৱস্থান ল’ব নাইবা সেইফালেদি মুখ কৰিবলৈ কুন্ঠাবোধ কৰিব! কিন্তু এজন যুৱকে সেই ছিন্ন-ভিন্ন মৃতদেহৰ লগত কৰে বন্ধুত্ব !আপোনাৰ হয়তো বিশ্বাস নহ’ব পাৰে, কিন্তু
এচিড আক্ৰমণৰ ঘটনাৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত কৰা আক্ৰমণকাৰী অৱশেষত জালত পৰিল ডিব্ৰুগড় আৰক্ষীৰ।ভেলেণ্টাইন ডে দিনাৰ নিশা ডিব্ৰুগড় ৰাজপথত এচিদ ঢালি আক্ৰমণ কৰা অভিযুক্তক ডিব্ৰুগড় শান্তিপাড়া পৰা পুৱতি নিশা গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে।চাঞ্চল্যকৰ ঘটনাত জড়িত আছিল অভিযুক্ত বুদ্ধদেৱ দাস ওৰফে এপেল দাস নামৰ পঞ্চাশ বছৰীয়া ব্যক্তি।পুৱতি নিশাই অভিযান চলাই গ্ৰেপ্তাৰ