Month: February 2021

এইবাৰ কংগ্ৰেছৰ বাম্পাৰ অফাৰ:লাভ কৰিব আই ফোন,নগদ ধন

এইবাৰ কংগ্ৰেছৰ বাম্পাৰ অফাৰ:লাভ কৰিব আই ফোন,নগদ ধন

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইবাৰ কংগ্ৰেছৰ বাম্পাৰ অফাৰ।লাভ কৰিব আই ফোন (iPhone)ৰ পৰা আৰম্ভ কৰি নগদ ধনলৈকে বিভিন্ন পুৰস্কাৰ।এক ব্যতিক্ৰমী প্ৰচাৰ অভিযান আৰম্ভ কৰিলে অসম প্ৰদেশ কংগ্ৰেছে।   কংগ্ৰেছে মঙলবাৰে ছ’চিয়েল মিডিয়াত ‘অসম বচাওঁ’ শ্ল’গানেৰে এটি ভিডিঅ’ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে।নিৰ্বাচনী ইস্তাহাৰৰ বাবে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাইজৰ পৰামৰ্শ বিচাৰিলে কংগ্ৰেছে।এই প্ৰতিযোগিতাৰ জৰিয়তে অসমে

হোজাইৰ ৫ বছৰীয়া শিশুৰ ধৰ্ষণ-হত্যাকৰীক ফাঁচিৰ ৰায়দান আদালতৰ

হোজাইৰ ৫ বছৰীয়া শিশুৰ ধৰ্ষণ-হত্যাকৰীক ফাঁচিৰ ৰায়দান আদালতৰ

হোজাইৰ লোমহৰ্ষক ধৰ্ষণকাণ্ডৰ আজি ঐতিহাসিক ৰায়দান কৰিলে হোজাই সত্ৰ ন্যায়াধীশে। অতিৰিক্ত জিলা ন্যায়াধীশ এন দেউৰীৰ আদালতে ধৰ্ষণকাৰী চন্দন হৰিজনক ফাঁচিৰ নিৰ্দেশ দিয়ে আদালতখনে। ২০২০ চনৰ ২৬ ফেব্ৰুৱাৰীত ৫ বছৰীয়া এটি শিশুক ধৰ্ষণ কৰি হত্যা কৰিছিল একেখন গাঁৱৰে চন্দন হৰিজন নামৰ এগৰাকী বিকৃত মানসিকতাৰ যুৱকে। হোজাইৰ নন্দপুৰ দৰিয়াবস্তিৰ বাঁহনিত শিশুটিৰ মৃতদেহ