Month: February 2021

সমস্যাৰে ভাৰাক্রান্ত পাঞ্জাবাৰী বতাহঘুলি; গুৰুত্ব নাই জনপ্রতিনিধিৰ

সমস্যাৰে ভাৰাক্রান্ত পাঞ্জাবাৰী বতাহঘুলি; গুৰুত্ব নাই জনপ্রতিনিধিৰ

গুৱাহাটী মহানগৰীৰ দিছপুৰ সমষ্টিৰ অন্তর্গত একাংশ অঞ্চলক আজিও উন্নয়নমূলক আঁচনিয়ে ঢুকি পোৱা নাই৷ নির্বাচনৰ সময়ত বিভিন্ন দলৰ প্রতিনিধিয়ে সমষ্টিৰ ৱার্ডসমূহত প্রৱেশ কৰি যাৱতীয় সমস্যা সমাধানৰ প্রতিশ্রুতিৰ বন্যা বোৱাই ৰাইজৰ ভোট আদায় কৰি ক্ষমতা ভোগ কৰি আহিছে যদিও বছৰ বছৰ ধৰি অঞ্চলবাসীৰ সমস্যা সমাধান কৰাৰ ক্ষেত্রত ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত

সর্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকলৈ ৭,৪০০ টকাকৈ গ্রেড পে’

সর্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকলৈ ৭,৪০০ টকাকৈ গ্রেড পে’

সর্বশিক্ষা অভিযান, অসমৰ অধীনৰ প্রাথমিক বিদ্যালয়, প্রাক্ প্রাথমিক বিদ্যালয় আৰু নিম্ন বুনিয়াদী (জুনিয়ৰ বেছিক) বিদ্যালয়সমূহত কর্মৰত ঠিকাভিত্তিক শিক্ষকসকললৈ সুখবৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে৷ এই শিক্ষকসকলৰ দীর্ঘদিনীয়া দাবী পূৰণ কৰি ৰাজ্য চৰকাৰে তেওঁলোকৰ গ্রেড পে’ বৃদ্ধি কৰিছে৷ প্রাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিবে জাৰি কৰা জাননী অনুসৰি প্রশিক্ষণপ্রাপ্ত স্নাতক ঠিকাভিত্তিক শিক্ষকসকলে এতিয়াৰে

পদূলিতে ভেটা দিব লাগিব জাতিৰ শত্রুক

পদূলিতে ভেটা দিব লাগিব জাতিৰ শত্রুক

ধর্মীয় মেৰুকৰণেৰে জাতিৰ অস্তিত্ব বিলুপ্ত কৰিব খোজা শত্রুক আমি পদূলিমুখতে ভেটা দিব লাগিব৷ নহ’লে সেই শত্রুৱে আমাৰ ঘৰৰত সোমাবলৈ সক্ষম হ’লে আমাৰ নিস্তাৰ নাই৷ অসম জাতীয় পৰিসদৰ মৰিগাঁও বিধানসভা কমিটীৰ উদ্যোগত সোমবাৰে মৰিগাঁও নগৰৰ বিহুতলীত আয়োজন কৰা অসম জাতীয় পৰিসদৰ জনজাগৰণ সভাত এই মন্তব্য কৰে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে৷ অজাপৰ

৫০ হাজাৰ টকাকৈ প্রদান ৬০০ লেখক–লেখিকাক

৫০ হাজাৰ টকাকৈ প্রদান ৬০০ লেখক–লেখিকাক

অসম চৰকাৰৰ শিক্ষা বিভাগৰ অভিলাষী আঁচনি অসম ভাষা গৌৰৱ আঁচনিৰ অধীনত ভাষা–সাহিত্যৰ বিকাশৰ ক্ষেত্রত বিশেষ বৰঙণি আগবঢ়োৱা ৰাজ্যৰ সকলো থলুৱা ভাষাৰ ৬০ বছৰ বয়সৰ অনূর্ধ্ব ৬০০গৰাকী নির্বাচিত লেখক–লেখিকাক ৰাজ্য চৰকাৰে সম্বর্ধনা–পত্রৰ লগতে নগদ ৫০ হাজাৰ টকাকৈ প্রদান কৰে৷ একেই আঁচনিৰ অধীনত অসমৰ থলুৱা ভাষাৰ সমৃদ্ধিৰ বাবে কাম কৰি অহা অসম