Month: March 2021

টকিঅ’ অলিম্পিক:১০০ মিটাৰ ইভেণ্টত যোগ্যতা অৰ্জনত ব্যৰ্থ হ’ল হিমা দাস

টকিঅ’ অলিম্পিক:১০০ মিটাৰ ইভেণ্টত যোগ্যতা অৰ্জনত ব্যৰ্থ হ’ল হিমা দাস

টকিঅ’ অলিম্পিকত ১০০ মিটাৰ ইভেণ্টত যোগ্যতা অৰ্জনত ব্যৰ্থ হ’ল হিমা দাস।পঞ্জাবৰ পাটিয়ালাৰ ছাই কেন্দ্ৰত অনুষ্ঠিত হৈ থকা ফেডাৰেচন কাপ প্ৰতিযোগিতাত ‘ফলছ ষ্টাৰ্ট’ কৰাৰ বাবেই প্ৰতিযোগিতাখনৰ ১০০ মিটাৰ ইভেণ্টটোত সফল হ’ব নোৱাৰিলে হিমা দাসে। অৱশ্যে হিমা দাসৰ হাতত আছে এতিয়াও আন এটা সুযোগ।২০২১ৰ টকিঅ’ অলিম্পিক গেমছৰ ২০০ মিটাৰ ইভেণ্টত যোগ্যতা অৰ্জনৰ

উত্তৰ পূর্বাঞ্চলীয় পার্বত্য বিশ্ববিদ্যালয়ত ৩ পদ

উত্তৰ পূর্বাঞ্চলীয় পার্বত্য বিশ্ববিদ্যালয়ত ৩ পদ

মেঘালয়ৰ শ্বিলংস্থিত উত্তৰ পূর্বাঞ্চলীয় পার্বত্য বিশ্ববিদ্যালয় North Eastern Hill University) অর্থাৎ নেহু NEHU)ৰEconomics বিভাগত খালী হৈছেField Insvestigatorৰ ৩ পদ৷ পদকেইটা “Enumeration and valuation of the economic impact of female labour in the Hills : A study of Indian Himalayan region.” প্রজেক্টৰ অধীনত পূৰণ কৰা হ’ব৷ আবেদনকাৰীEconomics বিষয়তMA/M.Sc. ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷