Since the announcement of the assembly election in Assam, cash amounting to Rs 8.80 crores, liquor worth Rs 7.68 crores and gold and silver ornaments valued at Rs 1.46 crores have been seized in the state, the Election Commission said on Friday. According to a statement issued by Nitin Khade,
Month: March 2021
Guwahati: All India United Democratic Front (AIUDF) is not a Muslim party rather it represents tribals and Hindus as well, said the party chief Badruddin Ajmal on Friday. Talking to ANI, Ajmal said, “AIUDF is Muslim party– is a piece of 20-year-old news. We have been giving tickets to Hindu
ওদালগুৰি জিলাৰ খৈৰাবাৰীত নৃশংস ঘটনা।প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই নৃশংসভাৱে হত্যা কৰিলে যুৱতীক।বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই নৃশংস ঘটনা।খৈৰাবাৰী মহাবিদ্যালয়ৰ স্নাতক মহলাৰ ছাত্ৰী অংকিতা পালক হত্যা কৰিলে অমিত ভদ্ৰ নামৰ এজন যুৱকে। অংকিতাক কামৰূপ জিলাৰ পলাশবাৰী নিবাসী ৰমা ভদ্ৰৰ পুত্ৰ অমিত ভদ্ৰই কেইবাবাৰো প্ৰেমৰ প্ৰস্তাৱ দিছিল।কিন্তু অংকিতাই বাৰে বাৰে
তেজপুৰত মনোনয়ন প্ৰত্যাহাৰ কৰিলে বৃন্দাবন গোস্বামীয়ে। নিৰ্দলীয় প্ৰাৰ্থী ৰূপে বৃন্দাবন গোস্বামীয়ে মনোনয়ন দাখিল কৰিছিল। উল্লেখযোগ্য যে,অগপৰ পৰা টিকট নাপাই বৃন্দাবন গোস্বামীয়ে মনোনয়ন দাখিল কৰিছিল।
অসমবাসীলৈ কাৰাবন্দী নেতা অখিল গগৈৰ এক বিনম্ৰ আহ্বান।কাৰাবন্দী নেতাগৰাকীৰ এই আহ্বানৰ কথা ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই সদৰী কৰে। অখিল গগৈয়ে কয়, “মই বিধানসভাত অসমবাসী ৰাইজৰ মুখপাত্ৰ হ’ব খোজো।মই বিধানসভাত চৰকাৰৰ জাতিদ্ৰোহী প্ৰতিটো কামৰ বিৰুদ্ধে সিংহৰ দৰে গৰজি উঠিব খোজো। বিধিগতভাৱে এজন প্ৰাৰ্থীৰ নিৰ্বাচনৰ খৰচ নিৰ্ধাৰণ কৰা