আমেৰিকাৰ ফার্ষ্ট লেডী ড০ জিল বাইডেনে ১৫খন দেশৰ ২১গৰাকী মহিলাক সাহসিকতাৰ সন্মান আগবঢ়ায় আন্তর্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি৷ এই মহিলাসকলৰ সাতগৰাকীয়েই হৈছে আফগানিস্তানৰ৷ আফগানিস্তানৰ এই সাত মহিলাক মৰণোত্তৰভাৱে আন্তর্জাতিক সাহসিকতা সন্মান আগবঢ়াইছে বাইডেনে৷ লক্ষণীয়ভাৱে দেশখনৰ বিদেশ দপ্তৰে বিভিন্ন ক্ষেত্রত সাহসিকতাৰ পৰিচয় দাঙি ধৰা এই মহিলাসকলক আন্তর্জাতিক নাৰী দিৱসত সন্মান
Month: March 2021
মনোনয়ন–পত্র দাখিলৰ দিনটোত গোলাঘাট বিধানসভা সমষ্টিত শাসকীয় মিত্রজোঁটক নেতৃত্ব দিয়া বিজেপি আৰু বিৰোধী কংগ্রেছে সোমবাৰে পৃথকে পৃথকে প্রদর্শন কৰিলে শক্তি৷ দলীয় প্রার্থী অজন্তা নেওগক সংগ দি বিত্তমন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই প্রায় চাৰি কিলোমিটাৰজোৰা বিশাল পদযাত্রাৰে কার্যতঃ গোলাঘাট জিলাত নির্বাচনী ৰণডংকা বজায়৷ উল্লেখ্য যে গোলাঘাট বিধানসভা সমষ্টিৰ
বিশ্বজুৰি আন্তর্জাতিক নাৰী দিৱস উদযাপন কৰি থকাৰ সময়তে ভাৰতত সংসদত কেইবাগৰাকীও সাংসদ নাৰীৰ ৩৩ শতাংশ আসন সংৰক্ষণৰ বিষয়টোক লৈ সৰৱ হোৱা দেখা গ’ল৷ ইফালে আন্তর্জাতিক নাৰী দিৱসৰ দৰে আন্তর্জাতিক পুৰুষ দিৱস পালন কৰাৰ দাবী উত্থাপন কৰে বিজেপিৰ সাংসদ সোনাল মানসিঙে৷ এগৰাকী ধ্রুপদী নৃত্য পটীয়সী তথা বিজেপিৰ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে উল্লেখ কৰে
দুটা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়ালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। এই দুই সমষ্টি হ’ল শিৱসাগৰ আৰু মৰিয়নি। দুয়োটা সমষ্টিৰ বাবে আজি গগৈয়ে জিএমচিএইচৰ অধীক্ষক অভিজিত শৰ্মাৰ যোগেৰে মনোনয়ন পত্ৰ দাখিল কৰে আৰু মৰিয়নি সমষ্টিৰ ৰাইজৰ দলৰ নেতা-কৰ্মীয়ে তিতাবৰ মহকুমাৰ নিৰ্বাচনী বিষয়া কাৰ্যালয়ত গগৈৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখ্য, মৰিয়নি
Keeping up with the spirit of International Women’s Day, Bollywood actor Parineeti Chopra dropped the highly-anticipated trailer of her upcoming sports-biopic ‘Saina’, in which plays the role of ace badminton champion Saina Nehwal. After several teases, the 32-year-old actor on Monday finally unveiled the forthcoming movie’s trailer on her Instagram