কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি কেন্দ্ৰীয় পুৰাতত্ব বিভাগে গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত। কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অন্তৰ্গত সকলো পৰ্যটনক্ষেত্ৰ অহা ১৫মে’ৰ লৈকে বন্ধ ৰখা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে, কেন্দ্ৰীয় পুৰাতত্ব বিভাগে এই সন্দৰ্ভত ইতিমধ্যে প্ৰেৰণ কৰিছে এক নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি অসমতো ৰংঘৰ, কাৰেং ঘৰ আৰু তলাতল ঘৰ বন্ধ
Month: April 2021
হয়, এতিয়াৰে পৰা বিমানেৰে আপুনি যদি বহিঃৰাজ্যৰ পৰা অসমলৈ আহে তেনেহ’লে বিমান বন্দৰতে কৰিব লাগিব ক’ভিড পৰীক্ষা। প্ৰথমে আপুনি কৰিব লাগিব Rapid Antigen Test। RAT পজিটিভ ওলালে home isolation অথবা হাস্পতাললৈ যাব লাগিব, নিগেটিভ ওলালে পুনৰ বিমান বন্দৰত RT-PCR পৰীক্ষা কৰিব লাগিব।(সম্প্ৰতি RT-PCR পৰীক্ষাৰ বাবে সৰ্বোচ্চ ৫০০ টকা মূল্যৰ কথা SOPত
The Lancet Respiratory Medicineত প্ৰকাশিত এক নতুন পৰ্যৱেক্ষণমূলক অধ্যয়ন অনুসৰি, অতীতৰ ক’ভিড-১৯ সংক্ৰমণে যুৱ লোকসকলৰ পুনৰ সংক্ৰমণৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষা নিদিয়ে। অধ্যয়নটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ জল সেনাৰ ৩,০০০ ৰো অধিক স্বাস্থ্যৱান সদস্যৰ ভিতৰত আছিল, যাৰ বেছিভাগৰ বয়স ১৮-২০ বছৰ। পুনৰ সংক্ৰমণৰ হাৰৰ এই বিশ্লেষণৰ বাবে ২,৩৪৬ জন জল সেনা বিষয়াক যথেষ্ট
“যিসকলে আইন মনা নাই, সেইসকলৰ ওপৰত সাধাৰণ ভাবেই FIR ৰেজিষ্টাৰ হ’ব। আৰক্ষী থানালৈ অহা-যোৱা কৰি থাকিব লাগিব।”- বিহু কমিটি আৰু কণ্ঠশিল্পীক আজি একপ্ৰকাৰৰ সকয়নী প্ৰদান কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিড প্ৰট’কল নমনা শিল্পী আৰু বিহু কমিটীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল’ব চৰকাৰে। নিশা ১১.৩০ বজাৰ ভিতৰত অনুষ্ঠান
Security firm Check Point has released its Mobile Security Report 2021 revealing some alarming details about cyber-attacks last year. The company says that four out of every 10 mobile phones are inherently vulnerable to cyber-attacks. The report says that 97 percent of organisations globally in 2020 faced mobile threats that